Ads video

Let's find out what it is known as in which part of India:-/জানো আহক দেশ বিদেশৰ কিছু নজনা কথা/Gk in Assamese and English /ভাৰতৰ কোন স্থানত কি বুলি জনা যায় জানো আহক

 

1/ ৰ্বুজ খালিফা ৰ উচ্চতা কিমান ?


উত্তৰ্ :-ৰ্বুজ খালিফাৰ উচ্চতা ২,৭২২ ফুট (৮৫৯ মিটাৰ)।


1/How high is the Burj Khalifa?


Answer: The Burj Khalifa is 2,722 feet (859 meters) high.


২/ ৰ্বুজ খালিফা  কোনখন দেশত  আছে?


উত্তৰ্:- ৰ্বুজ খালিফা সংযোজিত আৰব আমিৰাতৰ (United Arab Emirates) ৰাজধানী আবু ধাবিৰ (Abu Dhabi)  চহৰত অছে।


2/the Burj Khalifa located? 


Answer:-The Burj Khalifa is located in Abu Dhabi, the capital of the United Arab


৩/বিশ্বৰ আতাইতকৈ ওখ গঠন টোৰ নাম কি?


উত্তৰ্:-বুৰ্জ খলিফা ।


3/Do you know the world's tallest structure name?


Answer:-*The world's tallest structure is the Burj Khalifa in Dubai, United Arab Emirates, standing at 2,722 feet (829.8 meters).


৪/*পৃথিৱীৰ আটাইতকৈ ওখ নিৰ্জন অট্টালিকা'টুৰ নাম কি ?


*উত্তৰ্:-*ই এখন হোটেল হয ।চৰকাৰী নাম ৰিয়ুগিয়ং, কিন্তু ইয়াক য়ু-কিউং বুলিও কোৱা হয়।


4*What is the name of the tallest deserted building in the world?


Answer:-**It is a hotel. The official name is Ryugyeong, but it is also known as Yu-kyung.


৫/বিশ্বৰ আতাইতকৈ ওখ ৰেল পথ ?


উত্তৰ্:-বিশ্বৰ আতাইতকৈ দীঘল ওখ ৰেল পথ চীনৰ গ্ৰেট ৱল অফ চাইনা (Great Wall of China)।


5. The tallest railway in the world?


Answer:-The Great Wall of China is the longest tall railway in the world.


৬/বিশ্বৰ আতাইতকৈ ওখ টাৱাৰটোৰ নাম কি ?


উত্তৰ্:-বিশ্বৰ আতাইতকৈ ওখ টাৱাৰটোৰ নাম "ইফেল টাওৰ"।


6. What is the name of the tallest tower in the world? 


Answer: The tallest tower in the world is called the Eiffel Tower.


৭/"ইফেল টাওৰ" কোন দেশত আছে?


উত্তৰ্:-ফ্ৰান্সত ।


7. In which country is the Eiffel Tower located?


Answer: In France.


৮/বৰ্তমান বিশ্বৰ আটাইতকৈ দীঘল দলঙ খন 


উত্তৰ্:-চীনৰ ডানয়াং-কুনশ্বান গ্ৰেণ্ড দলঙে বৰ্তমান বিশ্বৰ আটাইতকৈ দীঘল দলঙৰ অভিলেখ গঢ়িছে, ইয়াৰ দৈৰ্ঘ্য ১৬৪ কিলোমিটাৰ (১০৪ মাইল)।


8/The Danyang-Kunshan Grand Bridge, China.


Answer:- The Danyang-Kunshan Grand Bridge in China currently holds the record for the longest bridge in the world, coming in at a whopping 164km (104 miles) long.




*ভাৰতৰ কোন স্থানত কি বুলি জনা যায় জানো আহক :-

     *Let's find out what it is known as in which part of India:-



প্ৰশ্ন * ভাৰতৰ কোন ঠাইক "ভূস্বৰ্গ" বুলি জনা যায় ?

Q*  Which place in India is known as "Bhuswarg"?


উত্তৰ  : ভাৰতৰ কাশ্মীৰ ঠাইখনিক " ভাৰতৰ ভূস্বৰ্গ" বুলি জনা যায়। 

Answer: The place of Kashmir in India is called "The Paradise of India". 


প্ৰশ্ন : ভাৰতৰ "পিঙ্ক চিটি" বুলি কোনখন চহৰক জনা যায় ? 

Q * Which city is known as the "Pink City" of India?


 উত্তৰ  : ভাৰতৰ জয়পুৰ চহৰখনক "পিঙ্ক চিটি" বুলি জনা যায়। 

Answer: Jaipur, India is known as the "Pink City" .


প্ৰশ্ন * "গাৰ্ডেন চিটি" নামৰে ভাৰতৰ কোনখন চহৰক জনা যায় ?

Q* Which city in India is known as "Garden City"?


উত্তৰ  : ভাৰতৰ বাংগালোৰ চহৰখনক "গাৰ্ডেন চিটি" নামৰে জনা যায় । 

Answer: Bangalore, India is known as the "Garden City".


প্ৰশ্ন * "স্বৰ্ণবস্ত্ৰৰ গাঁও" বুলি ভাৰতৰ কোনখন গাওঁক জনা যায় ?

Q * Which village in India is known as the "Village of Golden Clothes"?


 উত্তৰ  : ভাৰতৰ শুৱালকুছি গাওঁখনক "স্বৰ্ণবস্ত্ৰৰ গাঁও" বুলি জনা যায় । 

 Answer: The village of Shuwalkuchi in India is known as the "Village of Gold Cloth" .


প্ৰশ্ন * ভাৰতৰ "কুইন অব দা আৰ্ৰেবিয়ান ছি* বুলি কোন ঠাইক জনা যায় ?


Q * Which place is known as the "Queen of the Arabian Sea" in India ?


 উত্তৰ  : কোচি চহৰ খনক ভাৰতৰ "কুইন অব দা আৰ্ৰেবিয়ান ছি'  বুলি  জনা যায়। 

Answer:  Kochi is known as the "Queen of the Arabian Sea" in India.


প্ৰশ্ন * ভাৰতৰ "লেণ্ড অব ফাইফ ৰিভাৰ্চ" বুলি কোন ঠাইক জনা যায় ?

Q* Which place in India is known as the "Land of Fife Rivers"?


উত্তৰ : ভাৰতৰ পাঞ্জাৱক "লেণ্ড অব ফাইফ ৰিভাৰ্চ" বুলি কোৱা হয়। 

Answer: Punjab in India is called the "Land of Five Rivers".


প্ৰশ্ন * "নীলা পাহাৰ" ক'ত অৱস্তিত ? 

Q. Where is the "Blue Mountain" located?


উত্তৰ : নীলা পাহাৰ" নীলগিৰিত অৱস্তিত। 

Answer: The Blue Mountains are located in the Nilgiris.


প্ৰশ্ন * ভাৰতৰ কোন ঠাইক "গেটৱে অৱ ইণ্ডিয়া" বুলি জনা যায় ?

Q * Which place in India is known as the "Gateway of India"?


 উত্তৰ : ভাৰতৰ মুম্বাই চহৰক "গেটৱে অৱ ইণ্ডিয়া" বুলি জনা যায় । 

Answer: Mumbai, India is known as the "Gateway of India".


প্ৰশ্ন * ভাৰতৰ কোন ঠাইক"চিটি অব পেলেচেছ"বুলি জনা যায় ?

Q * Which place in India is known as the "City of Palaces"?


  উত্তৰ : ভাৰতৰ কলকাতা চহৰখনক "চিটি অব পেলেচেছ"বুলি জনা যায় । 

Answer: Kolkata, India is known as the "City of Palaces".


 প্ৰশ্ন * ভাৰতৰ কোন ঠাইক" চিটি অব গোল্ডেন টেম্পল" বুলি জনা যায় ? 

Q *  Which place in India is known as the "City of Golden Temple"?


 উত্তৰ  : ভাৰতৰ অমৃতসৰ ঠাই খনিক চিটি অব গোল্ডেন টেম্পল" বুলি জনা যায়। 

Answer: Amritsar, India is known as the "City of Golden Temples".





कोई टिप्पणी नहीं

आईपीएल काला सूची: समझें इसका महत्व और प्रभाव/ TATA IPL ka Kal Such .

  **आईपीएल काला सूची: समझें इसका महत्व और प्रभाव**   **परिचय**   भारतीय प्रीमियर लीग (IPL) न केवल क्रिकेट का एक बड़ा मंच है, बल्कि यह खिलाड़...

Blogger द्वारा संचालित.