Ads video

Let's find out which districts of Assam were formed in which year:জানো আহক অসমৰ কোন জিলা কোন চনত গঠন হৈছিল :

 জানো আহক অসমৰ কোন জিলা কোন চনত গঠন হৈছিল :

Let's find out which districts of Assam were formed in which year:

১)কামৰূপ মহানগৰ জিলা খন কোন চনত গঠন হৈছিল ?

উত্তৰ:- কামৰূপ মহানগৰ জিলা খন ২০০৩ চনত গঠন হৈছিল ।


২) চৰাইদেউ জিলা খন কোন চনত গঠন হৈছিল ?

উত্তৰ :-চৰাইদেউ জিলা খন ২০১৫ চনত গঠন হৈছিল।


৩) নগাঁও জিলা খন কোন চনত গঠন হৈছিল ?

উত্তৰ :-নগাঁও জিলা খন ১৮৩৩ চনত গঠন হৈছিল।


৪) মৰিগাঁও জিলা খন কোন চনত গঠন হৈছিল ? 

উত্তৰ :-মৰিগাঁও জিলা খন ১৯৮৯ চনত গঠন হৈছিল।


৫) হাইলাকান্দি জিলা খন কোন চনত গঠন হৈছিল ?উত্তৰ :-হাইলাকান্দি জিলাখন ১৯৮৯চনত গঠন হৈছিল।





৬)লখিমপুৰ জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-লখিমপুৰ জিলাখন ১৮৩৮ চনত গঠন হৈছিল।


৭) শিৱসাগৰ জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-শিৱসাগৰ জিলাখন ১৮৬১ চনত গঠন হৈছিল ।


৮)বঙাইগাঁও জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :- বঙাইগাঁও জিলাখন ১৯৮৯ চনত গঠন হৈছিল।


৯) তামুলপুৰ জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ:- তামুলপুৰ জিলাখন ২০২২ চনত গঠন হৈছিল ।





১০) গোলাঘাট জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-গোলাঘাট জিলাখন ১৯৮৭ চনত গঠন হৈছিল ।


১১) হাইলাকান্দি জিলাখন কোন চনত গঠন হৈছিল ?  উত্তৰ :-হাইলাকান্দি জিলাখন ১৯৮৯ চনত গঠন হৈছিল ।


১২) কাছাৰ জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :- কাছাৰ জিলাখন ১৮৭৪ চনত গঠন হৈছিল। 


১৩) বজালী জিলাখন কোন চনত গঠন হৈছিল ? 

উত্তৰ :-বজালী জিলাখন ২০২১ চনত গঠন হৈছিল ।


১৪)ধেমাজি জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-ধেমাজি জিলাখন ১৯৮৯ চনত গঠন হৈছিল ।

 

১৫) ডিব্রুগড় জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ:- ডিব্রুগড় জিলাখন ১৯৭১ চনত গঠন হৈছিল ।


১৬) কৰিমগঞ্জ জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ : কৰিমগঞ্জ জিলাখন ১৯৮৩ চনত গঠন হৈছিল ।


১৭)ওদালগুৰি জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-ওদালগুৰি জিলাখন ২০০৪ চনত গঠন হৈছিল।


১৮বৰপেটা জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-বৰপেটা জিলাখন ১৯৮৩ চনত গঠন হৈছিল । 


১৯) বঙাইগাঁও জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-বঙাইগাঁও জিলাখন ১৯৮৯ চনত গঠন হৈছিল ।




২০)যোৰহাট জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-যোৰহাট জিলাখন ১৯৮৩ চনত গঠন হৈছিল ।


২১) তিনিচুকীয়া জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-তিনিচুকীয়া জিলাখন ১৯৮৯ চনত গঠন হৈছিল।


২২) কোকৰাঝাৰ জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-কোকৰাঝাৰ জিলাখন ১৯৮৩ চনত গঠন হৈছিল ।


২৩) কার্বি আংলং জিলাখন কোন চনত গঠন হৈছিল ?  উত্তৰ:- কার্বি আংলং জিলাখন ১৯৭৬ চনত গঠন হৈছিল ।


২৪) ধুবুৰী জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-ধুবুৰী জিলাখন ১৯৮৩ চনত গঠন হৈছিল ।


২৫) বাগছা জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-বাগছা জিলাখন ২০০৩ চনত গঠন হৈছিল ।


২৬)হোজাই জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-হোজাই জিলাখন ২০১৫ চনত গঠন হৈছিল ।


২৭) গোৱালপাৰা জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-গোৱালপাৰা জিলাখন ১৯৮৩ চনত গঠন হৈছিল ।


২৮)মাজুলী জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-মাজুলী জিলাখন 2০১৬ চনত গঠন হৈছিল ।


২৯)শোণিতপুৰ জিলাখন কোন চনত গঠন হৈছিল ?উত্তৰ :-শোণিতপুৰ জিলাখন ১৯৮৩ চনত গঠন হৈছিল।



৩০)ডিমা হাছাও জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-ডিমা হাছাও জিলাখন ২০১০ চনত গঠন হৈছিল ।


৩১)পশ্চিম কার্বি আংলং জিলাখন কোন চনত গঠন হৈছিল ?

উত্তৰ :-পশ্চিম কার্বি আংলং জিলাখন ২০১৫ চনত গঠন হৈছিল ।


৩২)দৰং জিলা কোন চনত গঠন কৰা হৈছিল? 

উত্তৰ :-দৰং জিলা ১৯৮৩ চনত গঠন কৰা হৈছিল।


৩৩) নলনাৰী জিলাখন কোন চনত গঠন কৰা হৈছিল? 

উত্তৰ :-নলনাৰী জিলাখন ১৯৮৫চনত গঠন কৰা হৈছিল ।



এনেধৰণৰ গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ সমূহ পাৱলৈ মোৰ চাইতটো ফঅ কৰিৱ ...






Let's find out which districts of Assam were formed in which year:


1) In which year was the Kamrup Metropolitan District formed?


Answer:- Kamrup Metropolitan District was formed in 2003.


2. In which year was Charideo district formed?


Answer:-Charaideo district was formed in 2015.


3. In which year was Nagaon district formed?


Answer:-Nagaon district was formed in 1833.


4. In which year was Morigaon district formed?


Answer:-Morigaon district was formed in 1989.


5. In which year was Hailakandi district formed?


Answer:-Hailakandi district was formed in 1989.


6. In which year was Lakhimpur district formed?


Answer:-Lakhimpur district was formed in 1838.


7. In which year was Shivsagar district formed? 

Answer:-The district of Shivsagar was formed in 1861.


8. In which year was Bangalore district formed?


Answer:- Bangalore district was formed in 1989.




9. In which year was Tamulpur district formed?


Answer:- Tamulpur district was formed in 2022.


10. In which year was Golaghat district formed?

Answer:-Golaghat district was formed in 1987.


11. In which year was Hailakandi district formed?


Answer:-Hailakandi district was formed in 1989.


12. In which year was Kachar district formed?


Answer:- Kachar district was formed in 1874.


13. In which year was Bajali district formed?


Answer:-Bajali district was formed in 2021.


14. In which year was Dhemaji district formed?


Answer:-Dhemaji district was formed in 1989.


15. In which year was Dibrugarh district formed?


Answer:-Dibrugarh district was formed in 1971.


16. In which year was Karimganj district formed?


Answer: Karimganj district was formed in 1983.


17. In which year was Odalguri district formed?


Answer:-Odalguri district was formed in2004.






18. In which year was Barpeta district formed?


Answer:-Barpeta district was formed in 1983.


19. In which year was Bangalore district formed?


Answer:-Bangalore district was formed in 1989.


20. In which year was Jorhat district formed?


Answer:-Jorhat district was formed in 1983.


21. In which year was the district of Tinsukia formed?


Answer :-The answer is that the district of Tinsukia was formed in1989.


22. In which year was Kokrajhar district formed?


Answer: Kokrajhar district was formed in

Answer:-Kokrajhar district was formed in 1983.


23. In which year was Karbi Anglong district formed?


Answer:- Karbi Anglong district was formed in1976.


24. In which year was Dhubri district formed? Answer:-Dhubri district was formed in1983.







25. In which year was Bagsa district formed?


Answer:-Bagsa district was formed in2003.


26. In which year was Hojai district formed?


Answer:-Hojai district was formed in 2015.


27. In which year was Goalpara district formed?


Answer :-Goalpara district was formed in 1983.


28. In which year was Majuli district formed?


Answer:-Majuli district was formed in 2016.


29. In which year was Sonitpur district formed?


Answer:-Shonitpur district was formed in 1983.






30. In which year was Dima Hasao district formed?


Dima Hasao District was formed in 2010.


31. In which year was West Karbi Anglong district formed?


Answer:-West Karbi Anglong district was formed in 2015.


32. In which year was Darang district formed?



Answer:-Darang district was formed in 1983.


33. In which year was Nalnari district formed?


Answer:-Nalnari district was formed in 1985






Follow my site to get more important questions and answers like this.




कोई टिप्पणी नहीं

आईपीएल काला सूची: समझें इसका महत्व और प्रभाव/ TATA IPL ka Kal Such .

  **आईपीएल काला सूची: समझें इसका महत्व और प्रभाव**   **परिचय**   भारतीय प्रीमियर लीग (IPL) न केवल क्रिकेट का एक बड़ा मंच है, बल्कि यह खिलाड़...

Blogger द्वारा संचालित.