Ads video

অসমৰ সাধাৰণ জ্ঞান /অসমীয়া প্ৰশ্ন উত্তৰ :- General Knowledge Questions and Answers about in Assam .Assam General Knowledge/Assamese Questions and Answers :-

 

General Knowledge

Questions and Answers about in Assam .Assam General Knowledge/Assamese

Question Answer.



1. অসমত স্থাপিত প্রথম কলেজ খনৰ নাম, প্রতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি?


উত্তৰ : কটন কলেজ (১৯০১ চন) প্ৰতিষ্ঠাপক হেনৰি কটন; প্রথম অধ্যক্ষ মি: চুডমার্চন।


1. What is the name of the first college established in Assam, the name of its founder and the first principal?


Answer:  Cotton College (1901) was founded by Henry Cotton; The first chairman was Mr. Sudmarson.


2. ২০০২ চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?


উত্তৰ : ড° ভবেন্দ্র নাথ শইকীয়া।


2. Who is the recipient of the Kamal Kumari Award in 2002?


Answer: Dr. Bhabendra Nath Shaikia.


3. ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?


উত্তৰ : ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪ জুলাই)।


3. Who was the first martyr of the language movement?


Answer: Ranjit Barpujari (4 July 1960).


4. অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?


উত্তৰ : শ্রীমন্ত শংকৰদেৱ।


4. Who was the father of the Assamese language and literature?


Answer: Srimanta Sankardeva.


5. কাক অসমীয়া ব্যাস বুলি কোৱা হয়?


উত্তৰ : ৰাম সৰস্বতী।।


5. Who is called Assamese Vyas?


Answer: Ram Saraswati.


6. ৰামধেনু' আলোচনীৰ সম্পাদক কোন আছিল?


উত্তৰ : মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, ৰাধিকা মোহন ভাগৱতী।


6. Who was the editor of the magazine 'Ramdhenu'?


Answer: Maheshwar Neog, Birendra Kumar Bhattacharya, Radhika Mohan Bhagwati


7. "আৱাহন" ৰ প্ৰথম সম্পাদক কোন আছিল?


 উত্তৰ : দীননাথ শৰ্মা।


7. Who was the first editor of "Awahan"?


Answer: Dinnath Sharma.


8. "অসমীয়া ভাষা-উন্নতি সাধিনী সভা"ৰ জন্ম কেতিয়া হৈছিল?


উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত, কলিকতাত ।


8. When was the "Assamese Language-Promotion Society" born?


Answer: On 25 August 1888, in Calcutta.


9. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল?


উত্তৰ :  শৰৎ চন্দ্ৰ গোস্বামী।


9. Who was the first Secretary of the Assam Sahitya Sabha?


Answer: Sharat Chandra Goswami.


10. সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা ৰং মিলিৰ হাঁহি' উপন্যাসখনৰ ৰচক কোন?


 উত্তৰ : ৰংবং তেৰাং ।


10. Who is the author of the Sahitya Akademi Award winning novel 'Rang Millir Hahi'?


Answer: Rangbang Terang.




           


11. অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন

আছিল?


উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ (৩৯ বছৰ বয়সত)।


11. Who was the youngest President of the Assam Sahitya Sabha?


Answer: Krishnakanta Sandiky (39 years old).


12. "চিৰ চেনেহী মোৰ ভাষা জননী'-এই গীতটো কোনে ৰচনা কৰিছিল?


উত্তৰঃ সাহিত্যচাৰ্য মিত্ৰৰ মহন্ত।


12. Who composed the song "Chir Chenehi Mor Bhasha Janani"?


Answer: Sahityacharya Mitra Mahant


13. 'অনুৰাধাৰ দেশ' উপন্যাসখন কোনে ৰচনা কৰিছিল?

 

উত্তৰ : ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।


13. Who wrote the novel 'Anuradha Desh'?


Answer: Phanindra Kumar Deb Chowdhury.


14 ২০০৮ চনৰ সাহিত্য অকাডেমী পুৰষ্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?


উত্তৰ : ৰীতা চৌধুৰী (গ্রন্থ: দেও লাংখুই)


14. Who won the Sahitya Akademi Award in 2008?


Answer: Rita Chowdhury (Book: Deo Langkhui)


15. ভবেন্দ্র নাথশইকীয়াই সাহিত্য অকাডেমী বঁটা পোৱা পুথিখনৰ নাম কি?


 উত্তৰ : ধাৰাবাহিক (১৯৭৬)।


15. What is the name of the book for which Bhabendra Nath Shaikia won the Sahitya Akademi Award?


Answer: Series (1976).


16. অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?


উত্তৰঃ যুগল দাস।


16. Who painted the emblem of the Assam Sahitya Sabha? 


Answer: Jugal Das.


17. 'পৃথিবীৰ অসুখ' নামৰ গল্প পুথিখন কোনে লিখিছিল?


উত্তৰ : যোগেশ দাসে (সাহিত্য একাডেমী বঁটাৰে পুৰস্কৃত)।


17. Who wrote the story book 'The Disease of the World'?


Answer: Yogesh Das (awarded the Sahitya Akademi Award).


18. 'সোণৰ খাৰু নালাগে মোক' নামৰ উপন্যাসৰ লেখক কোন?


উত্তৰ : ধীৰেণ বৰুৱা।


18. Who is the author of the novel 'I don't need a gold necklace'?


Answer: Dhiren Baroua.


19. ৰাষ্ট্ৰপতিৰ 'পদ্মজ্ৰী' উপাধি পোৱা প্রথম অসমীয়া মহিলা গৰাকী কোন?


উত্তৰঃ নলিনিবালা দেৱি।


19. Who is the first Assamese woman to be awarded the Padma Shri by the President?


Answer: Nalinibala Devi.


20. প্রথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি?


উত্তৰঃ সংগীত কোষ ।


20. What is the name of the first Assamese musical work?


Answer: Music cell. ( Sangeet Kukh )








21) প্ৰথম নাটকখনৰ নাম কি?


উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ নাটক নাম 'চিহ্নযাত্রা'।


21) What is the name of the first play?


Answer: The name of the play is 'Chihnajatra'.


22. প্রথম অসমীয়া চুটি গল্পটোৰ নাম কি? 


উত্তৰ : কন্যা ।


22. What is the name of the first Assamese short story?


Answer: Daughter.( kaynna ).


23. লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিব বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?


উত্তৰ : 'মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।


23. Lakshyadhar Chowdhury won the Sahitya Akademi Award for which book?


Answer: For the book 'Manu Bichari'


24. অসমীয়া গল্প সংকলনখনৰ নাম কি?


উত্তৰ : সৌৰভ কুমাৰ চলিহাৰ 'গোলাম'।


24. What is the name of the collection of Assamese stories?


Answer: Sourav Kumar Chaliha's 'Golam'


25. অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?


উত্তৰ : পইণ্ট।


25. What is the name of the first mini magazine in Assamese language?


Answer: Points.


26. অসমীয়া ভাষাত প্রথম ব্যংগ আলোচনীখনৰ নাম কি?


উত্তৰ: "কাৰ্টুন"।


26. What is the name of the first satirical magazine in Assamese language?


Answer: "Cartoon"


27. অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্রী কোন?


উত্তৰঃ নলিনি বালা দেবি।


27. Who was the first woman President of Assam Sahitya Sabha? 


Answer: Nalini Bala Devi.


28. প্রথম অসমীয়া ছপা পুথিখনৰ নাম কি?


উত্তৰ : বাইবেল। (১৮১৩ চনত ছপা হয়) ।


28. What is the name of the first Assamese printed book?


Answer: The Bible. (Printed in 1813


29. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?


উত্তৰ : সাগৰ দেখিছা'।


29. What is the name of the only book of poetry by Devkant Barua?


Answer: Sagor dekhisa ne .( You see the sea).


30. ৰঘুনাথ চৌধাৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি?


উত্তৰ : নৰ্মালিকা ।


30. What is the name of the book of poems by Raghunath Chowdhury?


Answer: Normalika.






31. আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল ?


উত্তৰ : "অৰুণোদয়” যুগৰ এজন বিখ্যাত লিখক।


31. Who was Anandaram Dekial Fukan?


Answer: A famous writer of the "Arunodoi" era.


32. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?


উত্তৰ : 'লুইতৰ পাৰৰ অগ্নিসুৰ'।


32. What is the name of the book of poems by Jyoti Prasad Agrawal?

 

Answer: 'Agnisura on the banks of the Luit'.


33. বিষ্ণু ৰাভাৰ গল্প পুথিখনব নাম কি?


উত্তৰঃ সোনাপাহি।


33. What is the name of the book of stories by Vishnu Rava? 


Answer: Golden flower. (Soonpahi)


34. কেৱল মহিলাৰ বাবে প্রকাশিত অসমীয়া বাতৰিকাকত নাম কি আৱছিল ?


উত্তৰঃ ‘উকলি’।


34. What was the name of the Assamese newspaper published only for women?


Answer: 'Ukli'


35. অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলোচনীখনৰ নাম কি?

 

 উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সম্পাদিত- নবযুগ'।


35. What is the name of the first weekly magazine published in Assamese language?


Answer: Birendra Kumar Bhattacharya Edited by Navayug


36. 'জোনাকী' ৰ প্ৰথম সম্পাদক কোন আছিল?


উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা।


36. Who was the first editor of 'Jonaki'?


Answer: Chandra Kumar Agrawal.


37. বাহী'ৰ প্ৰথম সম্পাদক কোন আছিল?

 

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।


37. Who was the first editor of Bahi?


Answer :Laxminath Bezbaruah.


38. অসমৰ মাটিৰ জৰীপ কার্য প্রথমতে কোনে প্ৰৱৰ্তন কৰে?


উত্তৰ : স্বৰ্গদেউ গদাধৰ সিংহই।


38. Who was the first to introduce land survey in Assam?


Answer: His Majesty Gadadhar Singha.


40. আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?


উত্তৰ :  প্রায় ছশ বছৰ। মুঠ চল্লিশজন ৰজাই ৰাজত্ব কৰিছিল।


40. How many years did the Ahoms rule in Assam?


Answer: About six hundred years. A total of forty kings reigned.






41. আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল?


উত্তৰ :  চুকাফা। তেওঁ মুঠ চল্লিশ (40)বছৰ ৰাজত্ব কৰিছিল।


41. Who was the first king of the Ahoms and how long did he reign?


Answer: Chukapha. He reigned forty years in all.


42. আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?


উত্তৰ : চৰাইদেউত।


42. Where was the first capital of the Ahoms?


Answer: In Charideo.


44. আহোমসকল অসমলৈ কেতিয়া আহিছিল?


উত্তৰঃ ১২২৮ চানত।


44. When did the Ahoms come to Assam?


Answer: In 1228 AD.


45. অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখে?


উত্তৰঃ আহোমস্কল।


45. Who wrote the first history of Assam? 


Answer: Ahom School.


46.কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়?


উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ যায়।

46. ​​When did Assam come under the British?


Answer: Assam came under the British rule as a result of the Treaty of Yandaboo signed between the British and the King of Burma on 24 February 1826.


47.ড'মামণি ৰছম গোস্বামীয়ে সাহিত্য অকাডেমী

 বঁটা পোৱা গ্ৰন্থখনৰ নাম কি?


উত্তৰঃ মামৰে ধৰা তৰোৱাল (১৯৮২ চন)।


47. What is the name of the book for which Dr.mamani Rosom Goswami won the Sahitya Akademi Award?


Answer: Waxed Sword.(Mamore Dora Taruwal 1982).


48. চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?


 উত্তৰঃ প্রেম অমৃতৰ নদী।


48. What is the name of the book written by Syed Abdul Malik about Madhavdev?


Answer: Premor Amrit Naadi.( Love is a river of nectar).


49.কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্রোহ হয়?


 উত্তৰঃ স্বর্গদেউ লক্ষ্মনী সিংহৰ ৰাজত্ব কালত।


49. During the reign of which Ahom king did the Moammar Rebellion take place?


Answer: During the reign of Swargadeo Laxmani Singha.






50. আহোম আৰু মোগলৰ মাজত হোৱা, শেষ ৰণখনৰ নাম কি আছিল?।


উত্তৰঃ ইটাখুলিৰ ৰণ (১৬৮২).


50. What was the name of the last battle between the Ahom and the Mughals?


Answer: The Battle of Itakhuli (1682)(laikhutir Ron).


51. আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল?


উত্তৰঃ কোচ ৰজাই ৰাজত্ব কৰিছিল।


51. Which king ruled Assam before the arrival of the Ahoms?


Answer: The Koch king ruled.


52. অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে?


উত্তৰঃ ১৯৬৪ চানত।


52. When is the capital of Assam held in Shillong?


Answer: In 1964.


53. অসমলৈ মানসকলক কোনে আনিছিল?


উত্তৰঃ বদন বৰফুকনে।


53. Who brought the Mans to Assam? 


Answer: Badan Barphukan.


54. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?


উত্তৰঃ স্বৰ্গদেউ প্ৰমত্ত সিংহ।


54. Who built the Kareng Ghar in Shivsagar? 


Answer: Swargadeo Pramatta Singh.


55. নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল?


উত্তৰঃ মহাৰাজ ৰুদ্ৰসিংহই।


55. Which king built the stone bridge over the Namdang River?


Answer: Maharaja Rudra Singh.


56. অশ্বক্লান্ত আৰু দীর্ঘেশ্বৰী দৌল কাৰ দিনত নিৰ্মান কৰা হৈছিল?


উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত।


56. In whose days were the Ashwaklanta and Dirgheshwari Dauls built?


Answer: In the days of His Majesty Shiva

Sinha ..


57. হিন্দুধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল?


উত্তৰঃ চুহুংমুং (দিহিঙীয়া ৰজা) ।


57. Who was the first Ahom king to convert to Hinduism?


Answer: Chuhungmu (King of Dihingia).







Assam General Knowledge/Assamese

Questions and Answers :-




1. What is the name of the first college established in Assam, the name of its founder and the first principal?


Answer :-Cotton College (1901) was founded by Henry Cotton; The first chairman was Mr. Sudmarson.


2. Who is the recipient of the Kamal Kumari Award in 2002?


Answer: Dr. Bhabendra Nath Shaikia.


3. Who was the first martyr of the language movement?


Answer: Ranjit Barpujari (4 July 1960).


4. Who was the father of the Assamese language and literature?


Answer: Srimanta Sankardeva.


5. Who is called Assamese Vyas?


Answer: Ram Saraswati.


6. Who was the editor of the magazine 'Ramdhenu'?


Answer: Maheshwar Neog, Birendra Kumar Bhattacharya, Radhika Mohan Bhagwati.


7. Who was the first editor of "Awahan"?


Answer: Dinnath Sharma.


8. When was the "Assamese Language-Promotion Society" born?


Answer: On 25 August 1888, in Calcutta.


9. Who was the first Secretary of the Assam Sahitya Sabha?


Answer: Sharat Chandra Goswami.


10. Who is the author of the Sahitya Akademi Award winning novel 'Rang Millir Hahi'?


Answer: Rangbang Terang.


11. Who was the youngest President of the Assam Sahitya Sabha?


Answer: Krishnakanta Sandiky (39 years old).


12. Who composed the song "Chir Chenehi Mor Bhasha Janani"?


Answer: Sahityacharya Mitra Mahant.


13. Who wrote the novel 'Anuradha Desh'?


Answer: Phanindra Kumar Deb Chowdhury.


14. Who won the Sahitya Akademi Award in 2008?


Answer: Rita Chowdhury (Book: Deo Langkhui)


15. What is the name of the book for which Bhabendra Nath Shaikia won the Sahitya Akademi Award?


Answer: Series (1976).


16. Who painted the emblem of the Assam Sahitya Sabha?


Answer: Jugal Das.


17. Who wrote the story book 'The Disease of the World'?


Answer: Yogesh Das (awarded the Sahitya Akademi Award).


18. Who is the author of the novel 'I don't need a gold necklace'?


Answer: Dhiren Baroua.


19. Who is the first Assamese woman to be awarded the Padma Shri by the President?


Answer: Nalinibala Devi.


20. What is the name of the first Assamese musical work?


Answer: Music cell. ( Sangeet Kukh )


21) What is the name of the first play?


Answer: The name of the play is 'Chihnajatra'


22. What is the name of the first Assamese short story?


Answer: Daughter.( kainna)


23. Lakshyadhar Chowdhury won the Sahitya Akademi Award for which book?


Answer: For the book 'Manu Bichari'


24. What is the name of the collection of Assamese stories?


Answer: Sourav Kumar Chaliha's 'Golam'


25. What is the name of the first mini magazine in Assamese language?


Answer: Points.


26. What is the name of the first satirical magazine in Assamese language?


Answer: "Cartoon"


27. Who was the first woman President of Assam Sahitya Sabha? 


Answer: Nalini Bala Devi.


28. What is the name of the first Assamese printed book?


Answer: The Bible. (Printed in 1813).


29. What is the name of the only book of poetry by Devkant Barua?


Answer: Sagor Dekhisa ne .( You see the sea).


30. What is the name of the book of poems by Raghunath Chowdhury?


Answer: Normalika.


31. Who was Anandaram Dekial Fukan?


Answer: A famous writer of the "Arunodoi" era.


32. What is the name of the book of poems by Jyoti Prasad Agrawal?


Answer: 'Agnisura on the banks of the Luit'


33. What is the name of the book of stories by Vishnu Rava? 


Answer:  (Sonpahi) Golden flower.


34. What was the name of the Assamese newspaper published only for women?


Answer: 'Ukli'


35. What is the name of the first weekly magazine published in Assamese language?


Answer: Birendra Kumar Bhattacharya Edited by Navayug


36. Who was the first editor of 'Jonaki'?


Answer: Chandra Kumar Agrawal.


37. Who was the first editor of Bahi?


 Answer :. Laxminath Bezbaruah.


38. Who was the first to introduce land survey in Assam?


Answer: His Majesty Gadadhar Singha.


40. How many years did the Ahoms rule in Assam?


Answer: About six hundred years. A total of forty kings reigned.


41. Who was the first king of the Ahoms and how long did he reign?


Answer: Chukapha. He reigned forty years in all.


42. Where was the first capital of the Ahoms?


Answer: In Charideo.


44. When did the Ahoms come to Assam?

Answer: In 1228 AD.


45. Who wrote the first history of Assam? Answer: Ahom School.


46. ​​When did Assam come under the British?


Answer: Assam came under the British rule as a result of the Treaty of Yandaboo signed between the British and the King of Burma on 24 February 1826.


47. What is the name of the book for which Dr. Mamani Rosom Goswami won the Sahitya Akademi Award?


Answer: Waxed Sword (1982).mamore dhora taruwal.


48. What is the name of the book written by Syed Abdul Malik about Madhavdev?


Answer: Premor Amrit Naadi (Love is a river of nectar).


49. During the reign of which Ahom king did the Moammar Rebellion take place?


Answer: During the reign of Swargadeo Laxmani Singha.


50. What was the name of the last battle between the Ahom and the Mughals?


Answer: The Battle of Itakhuli (1682)


51. Which king ruled Assam before the arrival of the Ahoms?


Answer: The Koch king ruled.


52. When is the capital of Assam held in Shillong?


Answer: In 1964.


53. Who brought the Mans to Assam? 


Answer: Badan Barphukan.


54. Who built the Kareng Ghar in Shivsagar? 


Answer: Swargadeo Pramatta Singha.



55. Which king built the stone bridge over the Namdang River?


Answer: Maharaja Rudra Singh.


56. In whose days were the Ashwaklanta and Dirgheshwari Dauls built?


Answer: In the days of His Majesty Shiva Singh.



57. Who was the first Ahom king to convert to Hinduism?


Answer: Chuhungmu (King of Dihingia).



कोई टिप्पणी नहीं

आईपीएल काला सूची: समझें इसका महत्व और प्रभाव/ TATA IPL ka Kal Such .

  **आईपीएल काला सूची: समझें इसका महत्व और प्रभाव**   **परिचय**   भारतीय प्रीमियर लीग (IPL) न केवल क्रिकेट का एक बड़ा मंच है, बल्कि यह खिलाड़...

Blogger द्वारा संचालित.