Ads video

বিভিন্ন ক্ষেত্ৰত প্ৰথম ভাৰতীয় /প্ৰশ্নৰ উত্তৰ জানো আহক / ভাৰতৰ প্ৰথম /Let's know the answers to the questions of First Indian / First of India / in various fields :

 

বিভিন্ন ক্ষেত্ৰত প্ৰথম ভাৰতীয় / ভাৰতৰ প্ৰথম/ প্ৰশ্ন ৰ উত্তৰ জানো আহক :

Let's know the answers to the questions of First Indian / First of India / in various fields :



 ১* প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন ?


 উত্তৰ : -সৰোজনী নাইডু প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল। 


1* Who was the first Indian woman Governor? 


Answer : Sarojini Naidu was the first woman Governor of India.


২* কোন আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ?


উত্তৰ : -"ইন্দিৰা গান্ধী" আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী।


2* Who was the first woman Prime Minister of India?


Answer: - "Indira Gandhi" was the first woman Prime Minister of India.


৩* ভাৰতৰ প্ৰথম ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল?


উত্তৰ :-ভাৰতৰ প্ৰথম ইংৰাজ গৱৰ্ণৰ জেনেৰেল "ওৱাৰেণ হেষ্টিংছ"আছিল। 


3* Who was the first British Governor General of India? 


Answer: - The first British Governor of India was General "Warren Hastings"


৪* ভাৰতৰ প্ৰথম ভাইছৰয় কোন?


উত্তৰ  : "লৰ্ড কেনিং" ভাৰতৰ প্ৰথম ভাইছৰয়। 


4* Who was the first Viceroy of India?


Answer: - Lord Canning was the first Viceroy of India.


৫* উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন ?


উত্তৰ : "ফাতেমা বিবি"উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। 


5* Who is the first woman Justice of the Supreme Court? 


Answer: "Fatema Bibi" was the first woman judge of the Supreme Court.


৬* ভাৰতৰ প্ৰথম মহিলা আই. পি. এছ (IPS) কোন?


 উত্তৰ :"কিৰণ বেদিৱ"ভাৰতৰ প্ৰথম মহিলা আই. পি. এছ (IPS) ।


6* India's first woman I. P.S. Who is IPS? 


 Answer: "Kiran Bediv"India's first woman I.P.S.


৭* স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?


উত্তৰ : "লৰ্ড মাউণ্টবেটেন"স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল। 


7* Who was the first Governor General of independent India?


Answer:- Lord Mountbatten was the first Governor General of independent India


৮* কোন আছিল ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ ?


উত্তৰ : ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ "হীৰালাল ডে. কানিয়া" আছিল । 


8* Who was the first Chief Justice of India?


Answer: The first Chief Justice of India was Hira Lal Dey. Kania".


৯* প্ৰথম ভাৰতীয় পুৰুষ মহাকাশচাৰী জনৰ নাম কি আছিল ?


উত্তৰ :প্ৰথম ভাৰতীয় পুৰুষ মহাকাশচাৰী জনৰ নাম হৈছে ৰাকেশ শৰ্মা। 


9* What was the name of the first Indian male astronaut?


Answer:- The first Indian male astronaut was Rakesh Sharma.


১০*  প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী জনৰ নাম কি আছিল ?


উত্তৰ : প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী জনৰ নাম হৈছে কল্পনা চাওলা ।


10* What was the name of the first Indian female astronaut?


Answer:- The first Indian female astronaut was Kalpana Chawla.


১১* স্বাধীন ভাৰতৰ প্ৰথম সেনাধ্যক্ষ কোন আছিল ?


 উত্তৰ : ভাইচ এডমিৰেল আৰ. ডি. কাৰ্টাৰি ভাৰতৰ প্ৰথম সেনাধ্যক্ষ আছিল।  


11* Who was the first Commander-in-Chief of independent India ?


Answer: Vice Admiral R. D. kartari was the first Commander-in-Chief of India.


১২* কোন আছিল প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল ?


উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল। 


12* Who was the first Governor General of India ?


Answer : Chakravarti Rajagopalachari was the first Governor General of India.


১৩* দক্ষিণ মেৰুত পদাৰ্পন কৰা প্ৰথম ভাৰতীয় কোন আছিল ?


উত্তৰ : "কৰ্ণেল আই. কে. ৰাজাজ" দক্ষিণ মেৰুত পদাৰ্পন কৰা প্ৰথম ভাৰতীয়।


13* Who was the first Indian to reach the South Pole?


Answer: "Colonel I.K. Rajaz" was the first Indian to reach the South Pole.


১৪* কোন আছিল প্ৰথম ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা ব্যক্তি(পুৰুষ ) জন ?


উত্তৰ  : মিহিৰ সেন (পুৰুষ)হৈছে প্ৰথম ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা। 


14* Who was the first man to swim across the English Channel?


Answer:- Mihir Sen (male) was the first English Channel swimmer.


১৫* প্ৰথম ইংলিছ চেনে সাঁতুৰি পাৰ হোৱা মহিলা কোন আছিল?


উত্তৰ : আৰতি সাহা প্ৰথম ইংলিছ চেনে সাঁতুৰি পাৰ হোৱা মহিলা। 


15* Who was the first woman to swim across the English Seine?


Answer:-  Aarti Saha was the first woman to swim across the English Channel.


১৬* মেগছেছ বঁটা পোৱা প্ৰথম ভাৰতীয় কোন ?

 

উত্তৰ : "বিনোৱা ভাবে" মেগছেছ বঁটা পোৱা প্ৰথম ভাৰতীয়। 


16* Who was the first Indian to receive the Magsaysay Award?


Answer:- "Binwa Bhave " was the first Indian to receive the Magsaysay Award .


১৭* নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় জনৰ নাম কি?


উত্তৰ : নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় জনৰ নাম হৈছে ৰবীন্দ্ৰ নাথ ঠাকুৰ। 


17* What is the name of the first Indian to win the Nobel Prize? 


Answer : The first Indian to win the Nobel Prize is Rabindranath Tagore.


১৮* স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন ?


উত্তৰ :  ড° ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি । 


18* Who was the first President of independent India?


Answer: "Dr. Rajendra Prasad was The first President of India .


১৯* ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জনৰ নাম কি আছিল ?


উত্তৰ : ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জনৰ নাম হৈছে জৱাহৰলাল নেহৰু। 


19* What was the name of the first Prime Minister of India?


Answer: The first Prime Minister of India was Jawaharlal Nehru.


২০* ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল?


উত্তৰ : দাদা চাহেব ফাল্কে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক  আছিল। 


20* Who was the first film director of India?


Answer: Dadasaheb Phalke was the first film director of India.


২১* কোন আছিল প্ৰথম স্বাধীন ভাৰতৰ মহিলা মুখ্যমন্ত্ৰী ?


 উত্তৰ : "সুচেতা কৃপালিনী" আছিল প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী। 


21* Who was the first woman Chief Minister of independent India?


Answer: "Sucheta Kripalini" was the first Indian Female Chief Minister.


২২* প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি


উত্তৰ :- প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে "আৰ্য্যভট্ট"। 


22* What is the name of the first Indian satellite?


Answer : The first Indian satellite was named Aryabhata.


২৩* প্ৰথম ভাৰতীয় মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন ?


উত্তৰ  : আশাপূৰ্ণা দেৱী হৈছে ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী


23* Who is the first Indian woman to win the Ghaynapith Award?


Answer : Ashapurna Devi is the first woman winner of the Jnanpith Award in India .


২৪* প্ৰথম ভাৰতীয় চাৰ্কাছ নাম কি আছিল?

উত্তৰ  : চাত্ৰে চাৰ্কাছ। 


24* What was the name of the first Indian circus?


Answer: Chatre Charkas.


২৫* ভাৰতৰ প্ৰথম মহাবিদ্যালয় খনৰ নাম কি ?


উত্তৰ  : উইলিয়াম কলেজ, কলকাতা। 


25* What is the name of the first college in India?


Answer: William College, Kolkata.


২৬* ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰতো কত ?


উত্তৰ :-ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰতো  দিল্লী আছে ।

26* Where is the first television station in India?


Answer:- Delhi also has the first television station in India.


 ২৭* ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি জনৰ নাম কি আছিল


উত্তৰ : বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি ।


27* What was the name of the first Indian President of the United Nations General Assembly?


Answer: Vijayalakshmi Pandit is the first Indian President of the United Nations General Assembly.


২৯*ভাৰতৰ প্ৰথম ৰঙীন টেলিভিচন সেৱা আৰম্ভ কিমান চনত হৈছিল ?


উত্তৰ  : ১৯৮২ চনৰ ২৫ এপ্ৰিলত ভাৰতৰ প্ৰথম ৰঙীন টেলিভিচন সেৱা আৰম্ভ হৈছিল । 


29* In which year was India's first color television service launched?


Answer: India's first color television service was launched on 25 April 1982.


৩০* ভাৰতৰ প্ৰথম আই আই টি (IIT)কত আৰম্ভ হৈছিল


উত্তৰ  : খড়গপুৰত ভাৰতৰ প্ৰথম আই আই টি (IIT) আৰম্ভ কৰা হৈছিল । 


30* Where was the first IIT in India started?


Answer: Kharagpur was the first IIT in India.


৩১* প্ৰথম ভাৰতীয় স্নাতক কোন ?


উত্তৰ : বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বোস (১৮৫৮) হৈছে প্ৰথম ভাৰতীয় স্নাতক।


31* Who was the first Indian graduate?


Answer: Bankim Chandra Chattopadhyay and Jadunath Bose (1858) were the first Indian graduates.


৩২* ভাৰতৰ প্ৰথম মাণি অৰ্ডাৰ প্ৰচলন কেতিয়া লৈছিল ?


উত্তৰ :- ১ জানুৱাৰী ১৮৮০ চনত ভাৰতৰ প্ৰথম মাণি অৰ্ডাৰ প্ৰচলন হৈছিল।


32* When was the first money order in India introduced?


Answer: The first money order of India was introduced on 1 January 1880.


৩৩* ভাৰতৰ প্ৰথম বাতৰি কাকত খনৰ নাম ?


উত্তৰ :- "দি বেঙ্গল গেজেট" ভাৰতৰ প্ৰথমখন বাতৰি কাকত। 


33* What is the name of the first newspaper in India?


Answer :- The Bengal Gazette was the first newspaper in India.


৩৪* ভাৰতৰ প্ৰথম তাৰকাগৃহ নাম কি?


উত্তৰ :-বিৰলা প্লেনেটৰিয়াম, (কলকাতা ) ভাৰতৰ প্ৰথম তাৰকাগৃহ। 


34* What is the name of the first observatory in India?


Answer:  Birla Planetarium, (Kolkata) is the first observatory in India.


৩৫* ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত আৰু কোন চনত আৰম্ভ হৈছিল ?


উত্তৰ : ১৮৫৪ চনত " কলকাতা"ত ভাৰতৰ প্ৰথম ডাকঘৰ আৰম্ভ কৰা হৈছিল । 


35* Where and in which year was the first post office in India opened ?


Answer: The first post office in India was established in 1854 in Calcutta.


৩৬* কোন আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় ?


উত্তৰ  : ফু দৰ্জি আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় ।


36* Who was the first Indian to conquer Everest without oxygen?


Answer: Fu Darji was the first Indian to conquer Everest without oxygen.


৩৭* প্ৰথম ভাৰতীয় 'মিছ ইউনিভাৰ্ছ' কোন ?


উত্তৰ : সুস্মিতা সেন হৈছে প্ৰথম ভাৰতীয় 'মিছ ইউনিভাৰ্ছ'।


37* Who is the first Indian 'Miss Universe'?


Answer :- Susmita Sen is the first Indian Miss Universe.


৩৮* ভাৰতৰ প্ৰথম মহিলা স্নাতক কোন ?

 উত্তৰ :- কাদাম্বিনী গাঙ্গুলী' আৰু চন্দ্ৰমুখী বসু ভাৰতৰ প্ৰথম মহিলা স্নাতক। 


38* Who is the first female graduate of India?


Answer :- Kadambini Ganguly and Chandramukhi Basu were the first women graduates of India.


৩৯* ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন ? 


উত্তৰ : ইন্দিৰা গান্ধী হৈছে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা । 


39* Who is the first Indian woman to receive the Bharat Ratna?


Answer:  Indira Gandhi was the first Indian woman to be awarded the Bharat Ratna.



৪০*ভাৰতৰ প্ৰথম মহিলা ডাক্তৰ কোন আছিল ?


উত্তৰ :- কাদাম্বিনী গাঙ্গুলী হৈছে ভাৰতৰ প্ৰথম মহিলা ডাক্তৰ। 


40*Who was the first woman doctor of India?


Answer: Kadambini Ganguly was the first woman doctor in India.


৪১*ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয় ক'ত আৰম্ভ কৰা হৈছিল ?


উত্তৰ  :- ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয়  অন্ধ্ৰপ্ৰদেশত আৰম্ভ কৰা হৈছিল । 


41*Where was the first open university in India started?


Answer: The first open university in India was established in Andhra Pradesh.


৪২*অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন ?


উত্তৰ :- "ভানু আঠাইয়া" হৈৱছে অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয়।


42* Who is the first Indian to win an Oscar?


Answer:- "Bhanu Athaiya" will be the first Indian to win an Oscar.


৪৩* এচিয়ান গেমচ ভাৰতত প্ৰথম ক'ত আৰু কোন চনত অনুষ্ঠিত হৈছিল ? 


উত্তৰ :- 1951 চনত, নতুন দিল্লীত এচিয়ান গেমচ ভাৰতত প্ৰথমবাৰ বাবে অনুষ্ঠিত হৈছিল।


43* Where and in which year was the Asian Games first held in India?


Answer : In 1951, the Asian Games were held in New Delhi for the first time in India.


৪৪* আন্তৰ্জাতিক ন্যায়ালয়ত সভাপতিৰ আসন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? 


উত্তৰ:- নগেন্দ্ৰ সিং হৈছে আন্তৰ্জাতিক ন্যায়ালয়ত সভাপতিৰ আসন লাভ কৰা প্ৰথমজন ভাৰতীয়।


44* Who was the first Indian to become President of the International Court of Justice?


Answer : Nagendra Singh is the first Indian to become President of the International Court of Justice.


৪৫* ভাৰতৰ প্ৰথমগৰাকী কমিউনিষ্ট মুখ্যমন্ত্ৰী কোন আছিল?


উত্তৰ :- এম এছ  নাম্বোদিৰিপদ, ভাৰতৰ প্ৰথমগৰাকী কমিউনিষ্ট মুখ্যমন্ত্ৰী।


45* Who was the first Communist Chief Minister of India?


Answer:  MS Nambodiripad, the first Communist Chief Minister of India.


৪৬* স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী কোন আছিল ?


উত্তৰ :-আবুল কালাম আজাদ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী।


46* Who was the first Minister of Education of independent India?


Answer : Abul Kalam Azad was the first Minister of Education of independent India.


৪৭* লণ্ডনত ইষ্ট-ইণ্ডিয়া এচ’চিয়েচন গঠনত আগভাগ লোৱা প্ৰথম ভাৰতীয় কোন ?


উত্তৰ :-উমেশ চন্দ্ৰ বেনাৰ্জী, দাদা ভাই নৌৰজী লণ্ডনত ইষ্ট-ইণ্ডিয়া এচ’চিয়েচন গঠনত আগভাগ লোৱা প্ৰথম ভাৰতীয়।


47* Who was the first Indian to take the lead in forming the East India Association in London?


Answer : Umesh Chandra Banerjee, Dada Bhai Naorji was the first Indian to take the lead in forming the East India Association in London.


৪৮* পাকিস্থান ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী কোন আছিল ?


উত্তৰ :- ৰাজীব গান্ধী পাকিস্থান ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী।


48* Who was the first Prime Minister of India to visit Pakistan?


Answer : Rajiv Gandhi was the first Prime Minister of India to visit Pakistan.


৪৯* চিপাহী বিদ্ৰোহৰ প্ৰথমজন ভাৰতীয় শ্বহীদ কোন আছিল?


উত্তৰ :- মঙ্গল পাণ্ডে হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথমজন ভাৰতীয় শ্বহীদ।


49* Who was the first Indian martyr of the Sepoy Mutiny?


Answer : Mangal Pandey was the first Indian martyr of the Sepoy Mutiny.


৫০* ভাৰতৰ প্ৰথমখন বিলাসী ৰেল গাড়ীৰ কি নাম আছিল ?  


উত্তৰ :- দী প্লেচ্ অ'ফ হুইল"(The Palace of Wheels).ভাৰতৰ প্ৰথমখন বিলাসী ৰেল গাড়ীৰ ।


50* What was the name of the first luxury train car in India?


Answer: "The Palace of Wheels" is India's first luxury train.








Let's know the answers to the questions of First Indian / First of India / in various fields :



1* Who was the first Indian woman Governor? Sarojini Naidu was the first woman Governor of India.


2* Who was the first woman Prime Minister of India? Answer: - "Indira Gandhi" was the first woman Prime Minister of India.


3* Who was the first British Governor General of India? The first British Governor of India was General "Warren Hastings"


4* Who was the first Viceroy of India? Lord Canning was the first Viceroy of India.


5* Who is the first woman Justice of the Supreme Court? Answer: "Fatema Bibi" was the first woman judge of the Supreme Court.


6* India's first woman I.S. P.S. Who is IPS? : Answer: "Kiran Bediv"India's first woman I.T. P.S. S (IPS)


7* Who was the first Governor General of independent India?


Lord Mountbatten was the first Governor General of independent India


8* Who was the first Chief Justice of India?


Answer: The first Chief Justice of India was Hira Lal Dey. Kania".


9* What was the name of the first Indian male astronaut?


The first Indian male astronaut was Rakesh Sharma.


10* What was the name of the first Indian female astronaut?


The first Indian female astronaut was Kalpana Chawla.


11* Who was the first Commander-in-Chief of independent India?


Answer: Vice Admiral R.D.kartari was the first Commander-in-Chief of India.


12* Who was the first Governor General of India?


Answer : Chakravarti Rajagopalachari was the first Governor General of India.


13* Who was the first Indian to reach the South Pole?


Answer: "Colonel I.K .Rajaz" was the first Indian to reach the South Pole.


14* Who was the first man to swim across the English Channel?


Answer:- Mihir Sen (male) was the first English Channel swimmer.


15* Who was the first woman to swim across the English Seine?


Answer:-  Aarti Saha was the first woman to swim across the English Channel.


16* Who was the first Indian to receive the Magsaysay Award?


Answer:-"Binwa Bhave"was the first Indian to receive the Magsaysay Award "Binwa Bhave"


17* What is the name of the first Indian to win the Nobel Prize? 

Answer : The first Indian to win the Nobel Prize is Rabindranath Tagore.


18* Who was the first President of independent India?


Answer: "Dr. Rajendra Prasad was The first President of India .


19* What was the name of the first Prime Minister of India?


Answer: The first Prime Minister of India was Jawaharlal Nehru.


20* Who was the first film director of India?


Answer: Dadasaheb Phalke was the first film director of India.


21* Who was the first woman Chief Minister of independent India?


Answer: "Sucheta Kripalini" was the first Indian Female Chief Minister.


22* What is the name of the first Indian satellite?


Answer: The first Indian satellite was named Aryabhata.


23* Who is the first Indian woman to win the Jnanpith Award?


Answer : Ashapurna Devi is the first woman winner of the Jnanpith Award in India


24* What was the name of the first Indian circus?


Answer: Chatre Charkas.


25* What is the name of the first college in India?


Answer: William College, Kolkata.


26* Where is the first television station in India?


Answer:  Delhi also has the first television station in India.


27* What was the name of the first Indian President of the United Nations General Assembly?


Answer: Vijayalakshmi Pandit is the first Indian President of the United Nations General Assembly.


29* In which year was India's first color television service launched?


Answer: India's first color television service was launched on 25 April 1982.


30* Where was the first IIT in India started?


Answer: Kharagpur was the first IIT in India.


31* Who was the first Indian graduate?


Answer: Bankim Chandra Chattopadhyay and Jadunath Bose (1858) were the first Indian graduates.


32* When was the first money order in India introduced?


Answer: The first money order of India was introduced on 1 January1880 .


33* What is the name of the first newspaper in India?


Answer:  The Bengal Gazette was the first newspaper in India.


34* What is the name of the first observatory in India?


Answer:  Birla Planetarium, (Kolkata) is the first observatory in India.


35* Where and in which year was the first post office in India opened?


Answer: The first post office in India was established in 1854 in Calcutta.


36* Who was the first Indian to conquer Everest without oxygen?


Answer: Fu Darji was the first Indian to conquer Everest without oxygen.


37* Who is the first Indian 'Miss Universe'?


Answer :- Susmita Sen is the first Indian Miss Universe.


38* Who is the first female graduate of India?


Answer :- Kadambini Ganguly and Chandramukhi Basu were the first women graduates of India.


39* Who is the first Indian woman to receive the Bharat Ratna?


Answer:  Indira Gandhi was the first Indian woman to be awarded the Bharat Ratna.


40*Who was the first woman doctor of India?


Answer: Kadambini Ganguly was the first woman doctor in India.


41*Where was the first open university in India started?


Answer: The first open university in India was established in Andhra Pradesh.


42* Who is the first Indian to win an Oscar?


Answer:- "Bhanu Athaiya" will be the first Indian to win an Oscar.


43* Where and in which year was the Asian Games first held in India?


Answer : In 1951, the Asian Games were held in New Delhi for the first time in India.


44* Who was the first Indian to become President of the International Court of Justice?


Answer : Nagendra Singh is the first Indian to become President of the International Court of Justice.


45* Who was the first Communist Chief Minister of India?


Answer:  MS Nambodiripad, the first Communist Chief Minister of India.


46* Who was the first Minister of Education of independent India?


Answer : Abul Kalam Azad was the first Minister of Education of independent India.


47* Who was the first Indian to take the lead in forming the East India Association in London?


Answer : Umesh Chandra Banerjee, Dada Bhai Naorji was the first Indian to take the lead in forming the East India Association in London.


48* Who was the first Prime Minister of India to visit Pakistan?


Answer : Rajiv Gandhi was the first Prime Minister of India to visit Pakistan.


49* Who was the first Indian martyr of the Sepoy Mutiny?


Answer : Mangal Pandey was the first Indian martyr of the Sepoy Mutiny.


50* What was the name of the first luxury train car in India?


Answer: "The Palace of Wheels" is India's first luxury train.


कोई टिप्पणी नहीं

आईपीएल काला सूची: समझें इसका महत्व और प्रभाव/ TATA IPL ka Kal Such .

  **आईपीएल काला सूची: समझें इसका महत्व और प्रभाव**   **परिचय**   भारतीय प्रीमियर लीग (IPL) न केवल क्रिकेट का एक बड़ा मंच है, बल्कि यह खिलाड़...

Blogger द्वारा संचालित.