Let us discuss the answers to some of the questions of Class 3 (We and Our Environment) Lesson-01-/তৃতীয় শ্ৰেণীৰ (আমি আৰু আমাৰ পাৰৱেশ) পাঠ=০১ৰ কেইটামান প্ৰশ্নৰ উত্তৰ আলোচনা কৰো আহাক-/Assamese and English language
Let us discuss the answers to some of the questions of Class 3 (We and Our Environment) Lesson-01-
তৃতীয় শ্ৰেণীৰ (আমি আৰু আমাৰ পাৰৱেশ) পাঠ=০১ৰ কেইটামান প্ৰশ্নৰ উত্তৰ আলোচনা কৰো আহাক-
(1) Write the answer-(১) উত্তৰ লিখা-
(ক) চাৰিবিধ বৃশ জাতীয় উদ্ভিদৰ নাম লিখা?
উত্তৰ -শাল, ব'নচোম, হোলোং আৰু তিতাচপা ।
(b) Name two types of valuable timber found in Assam?
Answer: Shals and bonsoms.
খ) অসমত পোৱা দুবিধ মল্যৱান কাঠৰ নাম লিখা?
উত্তৰ :-শাল আৰু ব'নচোম।
(c) Name two types of creepers?
Answer: Vol and Zika.
(গ) দুবিধ লতা জাতীয় উদ্ভিদৰ নাম লিখা?
উত্তৰ :-ভোল আৰু জিকা ।
(d) Name three types of flowers without smell?
Answer: Aparajita, Nayantara and Java flowers.
ঘ) তিনিবিধ গোন্ধ নথকা ফুলৰ নাম লিখা?
উত্তৰ : -অপৰাজিতা, নয়নতৰা আৰু জৱা ফুল।
(e) Name three kinds of smelling flowers?
Answer = Roses, figs and lemons.
(ঙ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম লিখা?
উত্তৰ = গোলাপ, তগৰ আৰু নাহৰ।
(2) Why are plants like lao, zika etc. made into chang?
Answer : The reason why plants like Lao Zika are used as sheds is that they are creepers and their trunks are very thin.
(২)লাও, জিকা আদি উদ্ভিদক চাং সাজি কিয় দিয়া হয়?
উত্তৰ :- লাও জিকা আদি উদ্ভিদক চাং সাজি দিয়াৰ কাৰণ হ'ল এইহতঁ লতা জাতিয় উদ্ভিদ, ইহতৰ গা-গছ বোৰ অতি লেহুকা ।
(৩) খালী ঠাই পূৰ কৰা---
(a) The tree______draws water from the branches!
Answer:-Roots!
(ক) গছে________ৰ দাৰা পানী খুহি লয়!
উত্তৰ :-শিপা !
(b) Bees suck honey from flowers and make it_______!
Answer:-Honey-juice!
(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি______তৈয়াৰ কৰে!
উত্তৰ :-মৌ-জোল!
(c)_____The national flower of our country!
Answer: Lotus flower!
(গ)_______আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল!
উত্তৰ -পদুম ফুল!
(d) Parrots ____bloom in time!
Answer: Spring.
(ঘ) কপৌফুল _______কালত ফুলে!
উত্তৰ :বসন্ত ।
(৪) শুদ্ধ উত্তৰত (right) চিন দিয়া-
(a) Bamboo tree shrub/grass plant
Answer: Grass plant.(ক) বাহঁ গছ গুল্ম/তৃণ জাতীয় উদ্ভিদ
উত্তৰ :তৃণ জাতীয় উদ্ভিদ।
(১) উত্তৰ লিখা-
(ক) চাৰিবিধ বৃশ জাতীয় উদ্ভিদৰ নাম লিখা?
উত্তৰ -শাল, ব'নচোম, হোলোং আৰু তিতাচপা!
(খ) অসমত পোৱা দুবিধ মল্যৱান কাঠৰ নাম লিখা ?
উত্তৰ :-শাল আৰু ব'নচোম।
(গ) দুবিধ লতা জাতীয় উদ্ভিদৰ নাম লিখা?
উত্তৰ :-ভোল আৰু জিকা!
(ঘ) তিনিবিধ গোন্ধ নথকা ফুলৰ নাম লিখা?
উত্তৰ : -অপৰাজিতা, নয়নতৰা আৰু জৱা ফুল।
(ঙ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম লিখা?
উত্তৰ = গোলাপ, তগৰ আৰু নাহৰ।
(২)লাও, জিকা আদি উদ্ভিদক চাং সাজি কিয় দিয়া হয়?
উত্তৰ :- লাও জিকা আদি উদ্ভিদক চাং সাজি দিয়াৰ কাৰণ হ'ল এইহতঁ লতা জাতিয় উদ্ভিদ, ইহতৰ গা-গছ বোৰ অতি লেহুকা ।
(৩) খালী ঠাই পূৰ কৰা---
(ক) গছে________ৰ দাৰা পানী খুহি লয়!
উত্তৰ :-শিপা !
(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি______তৈয়াৰ কৰে!
উত্তৰ :-মৌ-জোল!
(গ)_______আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল!
উত্তৰ -পদুম ফুল!
(ঘ) কপৌফুল _______কালত ফুলে!
উত্তৰ :বসন্ত ।
(৪) শুদ্ধ উত্তৰত (right) চিন দিয়া-
(ক) বাহঁ গছ গুল্ম/তৃণ জাতীয় উদ্ভিদ
Let us discuss the answers to some of the questions of Class 3 (We and Our Environment) Lesson-01-
(1) Write the answer-
(a) Name four types of Taurus plants?
Answer -Shal, Bonsom, Holang and Titachapa!
(b) Name two types of valuable timber found in Assam?
Answer: Shals and bonsoms.
(c) Name two types of creepers?
Answer: Vol and win!
(d) Name three types of flowers without smell?
Answer: Aparajita, Nayantara and Java flowers.
(e) Name three kinds of smelling flowers?
Answer = Roses, figs and lemons.
(2) Why are plants like lao, zika etc. made into chang?
Answer : The reason why plants like Lao Zika are used as sheds is that they are creepers and their trunks are very thin.
(3) Fill in the blanks-
(a) The tree______draws water from the branches!
Answer:-Roots!
(b) Bees suck honey from flowers and make it_______!
Answer:-Honey-juice!
(c)_____The national flower of our country!
Answer: Lotus flower!
(d) Parrots ____bloom in time!
Answer: Spring.
(4) Mark the correct answer (right)-
(a) Bamboo tree shrub/grass plant
Answer: Grass plant.
Post a Comment