প্ৰশ্নৰ উত্তৰ জানো আহক___ভাৰতৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, ক্ষুদ্ৰতম, ঠাই, অঞ্চল, নদী, দ্বীপ, অভৰাণ্য আদিৰ নামসমুহৰ----....Let's know the answers to the questions of the names of the largest, highest, longest, smallest, places, regions, rivers, islands, forests etc. in India----.
প্ৰশ্নৰ উত্তৰ জানো আহক___ভাৰতৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, ক্ষুদ্ৰতম, ঠাই, অঞ্চল, নদী, দ্বীপ, অভৰাণ্য আদিৰ নামসমুহৰ----....
Let's know the answers to the questions of the names of the largest, highest, longest, smallest, places, regions, rivers, islands, forests etc. in India----.প্ৰশ্ন*(১) ভাৰতৰ বৃহত্তম মৰুভূমি খনৰ নাম কি?
উঃ- ভাৰতৰ বৃহত্তম মৰুভূমি খনৰ নাম হৈছে "থৰ মৰুভূমি, ৰাজস্থান।
প্ৰশ্ন (২ ) ভাৰতৰ বৃহত্তম মৰুভূমি খনৰ ক'ত অৱস্তিত ?
উঃ- ভাৰতৰ বৃহত্তম মৰুভূমি খন 'ৰাজস্থান'ত অৱস্তিত।
প্ৰশ্ন (৩) ভাৰতৰ বৃহত্তম গুহা মন্দিৰতোৰ নাম কি?
উঃ- ভাৰতৰ বৃহত্তম গুহা মন্দিৰতোৰ নাম হৈছে "ৰাইলো" মন্দিৰ ।
প্ৰশ্ন (৪) ভাৰতৰ বৃহত্তম গুহা মন্দিৰতো কোন ৰাজ্যত আছে?
উঃ- ভাৰতৰ বৃহত্তম গুহা মন্দিৰতো 'মহাৰাষ্ট্ৰ' ৰাজ্যত আছে ।
*প্ৰশ্ন (৫) ভাৰতৰ উচ্চত্তম জলপ্ৰপাতটোৰ নাম কি ?
উঃ- ভাৰতৰ উচ্চত্তম জলপ্ৰপাতটোৰ নাম হৈছে 'গাৰছোপ্পা' জলপ্ৰপাত।
*প্ৰশ্ন (৬) ভাৰতৰ উচ্চত্তম জলপ্ৰপাতটো কোন ৰাজ্যত অৱস্তিত ?
উঃ- ভাৰতৰ উচ্চত্তম জলপ্ৰপাতটো 'কৰ্ণাটক' ৰাজ্যত অৱস্তিত ।
*প্ৰশ্ন (৭) ভৰতৰ দীৰ্ঘতম যাত্রীবাহী ৰে'ল গাড়ি কোন খন ?
উঃ-ভৰতৰ দীৰ্ঘতম যাত্রীবাহী ৰে'ল গাড়ি খন হৈছে গুৱাহাটী-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ।
*প্ৰশ্ন (৮) ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য খনৰ নাম কি?
উঃ-ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য খনৰ নাম হৈছে 'গোৱা' ।
*প্ৰশ্ন(৯) ভাৰতৰ বৃহত্তম চিৰিয়াখানা খনৰ নাম কি?
উঃ- ভাৰতৰ বৃহত্তম চিৰিয়াখানা খনৰ নাম হৈছে "জু-লজিকেল গাৰ্ডেন" ।
*প্ৰশ্ন (১০) ভাৰতৰ বৃহত্তম চিৰিয়াখানা খন কোন ৰাজ্যত আছে?
উত্তৰ:-ভাৰতৰ বৃহত্তম চিৰিয়াখানা খনৰ 'পশ্চিমবংগ ৰাজ্যৰ 'কলকাতা'ত আছে।
Let's know the answers to the questions of the names of the largest, highest, longest, smallest, places, regions, rivers, islands, forests etc. in India----.
প্ৰশ্ন *(১১) ভাৰতৰ উচ্চত্তম বিমান বন্দৰতোৰ নাম কি
উত্তৰ:-ভাৰতৰ উচ্চত্তম বিমান বন্দৰতোৰ নাম হৈছে "লেহ " ।
প্ৰশ্ন*(১২) ভাৰতৰ উচ্চত্তম বিমান বন্দৰতো ক'ত আছে ?
উত্তৰ :-ভাৰতৰ উচ্চত্তম বিমান বন্দৰতো " লাডাখ"ত আছে ।
প্ৰশ্ন*(১৩)*ভাৰতৰ বৃহত্তম জনবহুল নগৰ খনৰ নাম ?
উত্তৰ :-ভাৰতৰ বৃহত্তম জনবহুল নগৰ খনৰ নাম হৈছে "মুম্বাই" ।
প্ৰশ্ন(১৪)* ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ নাম কি ?
উত্তৰ :-ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ নাম হৈছে "স্বৰ্ণ মন্দিৰ "।
প্ৰশ্ন(১৫) *ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ'তো ক'ত আছে?
উত্তৰ :-ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ'তো 'অমৃতশ্ৰত ' আছে।
প্ৰশ্ন (১৬)*ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল কোনতো হয ?
উত্তৰ :-ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চলতো হৈছে 'আন্দামান আৰু নিকোৱৰ দ্বিপপুঞ্জ'।
প্ৰশ্ন (১৭)*ভাৰতৰ বৃহত্তম নদী খনৰ নাম কি ?
উত্তৰ:-ভাৰতৰ বৃহত্তম নদী খনৰ নাম হৈছে "গঙ্গা নদী "।
প্ৰশ্ন (১৮)* ভাৰতৰ বৃহত্তম নদী দ্বীপতোৰ নাম কি?
উত্তৰ :-ভাৰতৰ বৃহত্তম নদী দ্বীপতোৰ নাম হৈছে "মাজুলী"।
প্ৰশ্ন (১৯)* ভাৰতৰ ক্ষুদ্ৰতম নদী দ্বীপতোৰ নাম কি?
উত্তৰ :-ভাৰতৰ ক্ষুদ্ৰতম নদী দ্বীপতোৰ নাম হৈছে "উমানন্দ "।
প্ৰশ্ন (২০)* ভাৰতৰ ক্ষুদ্ৰতম নদী দ্বীপতো ক'ত আছে?
উত্তৰ :-ভাৰতৰ ক্ষুদ্ৰতম নদী দ্বীপতো অসম ৰাজ্যৰ 'গুৱাহাটি'ত আছে।
প্ৰশ্ন (২১)* ভাৰতৰ বৃহত্তম ব-দ্বীপতোৰ নাম কি?
উত্তৰ :-ভাৰতৰ বৃহত্তম ব-দ্বীপতোৰ নাম হৈছ "সুন্দৰবন"।
প্ৰশ্ন (২২)* ভাৰতৰ বৃহত্তম পুথিভঁৰালতোৰ নাম কি
উত্তৰ :-ভাৰতৰ বৃহত্তম পুথিভঁৰালতোৰ নাম "নেচনেল লাইব্ৰেৰী"।
প্ৰশ্ন (২৩)*ভাৰতৰ বৃহত্তম পুথিভঁৰাল"নেচনেল লাইব্ৰেৰী" ই ক'ত অৱস্তিত?
উত্তৰ :-ভাৰতৰ বৃহত্তম পুথিভঁৰাল"নেচনেল লাইব্ৰেৰী"তো কলকাতাত অৱস্তিত।
প্ৰশ্ন (২৪)*ভাৰতৰ দীৰ্ঘত্তম নদী খনৰ নাম কি ?
উত্তৰ :-ভাৰতৰ দীৰ্ঘত্তম নদী খনৰ নাম হৈছে গংগা ।
প্ৰশ্ন (২৫)*ভাৰতৰ দীৰ্ঘতম দলং খনৰ নাম কি?
উত্তৰ :-ভাৰতৰ দীৰ্ঘতম দলং খনৰ নাম হৈছে অসমৰ ধলা শদীয়াত অৱস্তিত"ভূপেন হাজৰিকা ব্ৰীজ" (ভূপেন হাজৰিকা দলং)।
প্ৰশ্ন(২৬)*ভাৰতৰ দীৰ্ঘতম ওলোমা দলংখনৰ নাম কি?
উত্তৰ :-ভাৰতৰ দীৰ্ঘতম ওলোমা দলংখনৰ নাম হৈছে কলিকতাত অৱস্তিত"বিদ্যাসাগৰ সেতু"(৪২৩ মিটাৰ)।
প্ৰশ্ন(২৭)*ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই খনৰ নাম কি?
উত্তৰ :-ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই খনৰ নাম হৈছে মেঘালয় চেৰাপুঞ্জীৰ "মৌছিনৰাম"।
প্ৰশ্ন (২৮)* ভাৰতৰ বৃহত্তম হ্ৰদতোৰ নাম আৰু ই ক'ত অৱস্তিত ?
উত্তৰ :-ভাৰতৰ বৃহত্তম হ্ৰদতোৰ নাম হৈছে "কাল্লেৰু"আৰু ই অন্ধ্ৰপ্ৰদেশত (৯০০ বৰ্গ কিঃমিঃ) অৱস্তিত ।
প্ৰশ্ন(২৯)* ভাৰতৰ উচ্চত্তম ওলোমা দলংখনৰ নাম কি আৰু ই ক'ত অৱস্তিত ?
উত্তৰ :-ভাৰতৰ উচ্চত্তম ওলোমা দলংখনৰ নাম "পৱগড়" আৰু ই গুজৰাটত অৱস্তিত ।
প্ৰশ্ন (৩০)* ভাৰতৰ বৃহত্তম যাদুঘৰতো ক'ত আছে আৰু কি নাম ?
উত্তৰ :-ভাৰতৰ বৃহত্তম যাদুঘৰতো 'কলকাতা'ত আছে আৰু ইয়াৰ নাম হৈছে "ভাৰতীয় যাদুঘৰ "।
প্ৰশ্ন (৩১)* ভাৰতৰ বৃহত্তম মছজিদতোৰ নাম কি আৰু ই ক'ত আছে ?
উত্তৰ :-ভাৰতৰ বৃহত্তম মছজিদতোৰ নাম "জুমা মছজিদ" আৰু ই "দিল্লি'ত "আছে ।
প্ৰশ্ন(৩২)* ভাৰতৰ উচ্চত্তম টিভি টাৱাৰ ক'ত আছে?
উত্তৰ :- ভাৰতৰ উচ্চত্তম টিভি টাৱাৰ "মুম্বাই'ত আছে ।
প্ৰশ্ন (৩৩)* ভাৰতৰ বৃহত্তম বান্ধতোৰ নাম কি ?
উত্তৰ :-ভাৰতৰ বৃহত্তম বান্ধতোৰ নাম হৈছে "নাগাৰ্জনা সাগৰ" ।
প্ৰশ্ন(৩৪)* ভাৰতৰ উচ্চত্তম পথতোৰ নাম কি
উত্তৰ :-ভাৰতৰ উচ্চত্তম পথতোৰ নাম হৈছে "খাৰডুনগ্না" (উচ্চতা প্ৰায় ৫,৬৮২ মিঃ)।
প্ৰশ্ন (৩৫)* ভাৰতৰ বৃহত্তম চিনেমা হল'তোৰ নাম আৰু ক'ত আছে ?
উত্তৰ :-ভাৰতৰ বৃহত্তম চিনেমা হল'তোৰ নাম "থাংগাম" আৰু ই 'মাদুৰাই'ত আছে ।
প্ৰশ্ন (৩৬)* ভাৰতৰ দীৰ্ঘত্তম বান্ধতোৰ নাম কি?
উত্তৰ :-ভাৰতৰ দীৰ্ঘত্তম বান্ধতোৰ নাম হল হীৰাকুদ বান্ধ ।
প্ৰশ্ন (৩৭)* ভাৰতৰ বৃহত্তম গীৰ্জা ঘৰ নাম কি আৰু কত আছে ?
উত্তৰ :-ভাৰতৰ বৃহত্তম গীৰ্জা ঘৰতোৰ নাম হল ''ছে কেথেড্ৰেল" আৰু ই গোৱাত আছে ।
প্ৰশ্ন(৩৮)* ভাৰতৰ উচ্চত্তম স্তম্ভটোৰ নাম কি
উত্তৰ :-ভাৰতৰ উচ্চত্তম স্তম্ভটোৰ নাম কুটুবমিনাৰ ।
প্ৰশ্ন (৩৯)* ভাৰতৰ বৃহত্তম গুহাতোৰ নাম কি?
উত্তৰ :-ভাৰতৰ বৃহত্তম গুহাতোৰ নাম "অমৰনাথ গুহা"।
প্ৰশ্ন (৪০)* ভাৰতৰ উচ্চতম বান্ধতোৰ নাম কি আৰু ক'ত আছে ?
উত্তৰ:-ভাৰতৰ উচ্চতম বান্ধতোৰ নাম হল "ভাক্ৰা বান্ধ" আৰু ই পঞ্জাৱত আছে ।
প্ৰশ্ন (৪১)* ভাৰতৰ দীৰ্ঘত্তম ৰে'লৱে প্লেটফৰ্মতো নাম কি ?
উত্তৰ:-ভাৰতৰ দীৰ্ঘত্তম ৰে'লৱে প্লেটফৰ্মতো নাম হৈছে "খড়গপুৰ" ।
প্ৰশ্ন (৪২)*ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য খনৰ নাম কি ?
উত্তৰ:-ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য খনৰ নাম উত্তৰপ্ৰদেশ ।
প্ৰশ্ন (৪৩)* ভাৰতৰ দীৰ্ঘত্তম সুৰংগৰ নাম কি ?
উত্তৰ:-ভাৰতৰ দীৰ্ঘত্তম সুৰংগৰ নাম "পাৰছিক সুৰংগ "।
আশা কৰো আপোনালোকে বহু নজনা কথা জানিৱ পাৰিলে ...। এনেধৰণৰ বহু নজনা কথা আপোনালোক জনাৱলৈ মই চেষ্টা কৰি জাম । যদি আপোনালোকৰ আলপ হলেও উপকৃত হৈছে মোৰ প্ৰশ্ন উত্তৰ (allgkinassamese.online)blogger site ৰ ফালৰ পৰা তেনেহলে মোৰ ব্লগাৰ চাইতটি ফও কৰিৱ নাপাহৰিৱ ,আৰু যদি কিৱা ভুল ক্ৰুতি পাই মোক কমেন্ট কৰি জনাৱ ... মই আগলৈ শুধৰাৱলৈ চেষ্টা কৰিম ...। আপোনালোকৰ সহাৰি পালে ভাল লাম
Thanks to all.....and love you .....
Written by Binod Doloi.....
Contact email id ..(Binoddoloi143@gmail.com)
Post a Comment