Ads video

আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নাম জানো আহক / Let's learn the names of the discoveries and inventors / ভাৰত আৰু বিশ্বৰ কিছুমান উল্লেখযোগ্য দিৱসৰ বিষয়ে প্ৰশ্নৰ উত্তৰ জানো আহক :- Some of the most important days in India and the world/

 

আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নাম জানো আহক / Let's learn the names of the discoveries and inventors         


১/  উৰাজাহাজ  আৱিষ্কাৰকৰ কোন ?

 উত্তৰ :- ৰাইট ভাতৃদ্বয় ।


1/  Who invented the airplane?

Answer: The Wright brothers.


২/  হেলিকপ্টাৰ আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- ব্ৰিনাম ।


2/ Who invented the helicopter?

Answer: Brinam.


৩/  টেলিভিচন আৱিষ্কাৰকৰ কোন ? 

উত্তৰ :- জনলগি বেয়াৰ্ড ।


3/ Who invented television?

Answer :- Janology Baird.


৪/     নাইলন আৱিষ্কাৰকৰ কোন ? 

উত্তৰ :- ৱালেঞ্চ কেৰোদাৰছ ।


4/   Who is the inventor of nylon?

Answer: Wallence Carodars.


৫/   দিয়াচলাই আৱিষ্কাৰকৰ কোন ? 

  উত্তৰ :- ওৱাকাৰ ।


5 /  Who is the inventor of the candle?

Answer: Walker.


৬/  ৰে'ল ইঞ্জিন আৱিষ্কাৰকৰ কোন ? 

উত্তৰ :- ষ্টিফেনচন ।


6/ Who invented the railway engine?

Answer: Stephenson.


৭/ ডিজেল ইঞ্জিন আৱিষ্কাৰকৰ কোন ? 

উত্তৰ :-   মেকমিলান ।


7/  Who invented the diesel engine?

Answer: Macmillan.


৮/ বাইচাইকেল আৱিষ্কাৰকৰ কোন ?

উত্তৰ :-  ট'ৰিচেলি ।


8/ Who invented the bicycle?

Answer: Torricelli.


৯/  বেলুন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- মণ্টগ্লফাৰ ।


9/ Who is the inventor of the balloon?

Answer: Montglover.


১০/  এটম বোমা আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- অটোহান ।


10/ Who is the inventor of the atomic bomb?

Answer: Autohan.


১১/  চেফটিপিন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- ৱাল্টাৰ হাণ্ট ।


12/ Who is the inventor of Safetipine ?

Answer: Walter Hunt.


১৩/ ৰেফ্ৰিজাৰেটৰ আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- ফাৰ্ডিনান্দ কাৰে। 


13/ Who invented the refrigerator?

Answer: Ferdinand Carey.


১৪/ টেলিফোন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- গ্ৰাহাম বেল ।


14/  Who invented the telephone?

The answer is Gavas Bell.


১৫/  ফাউণ্টেন পেন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- লুই ৱাটাৰমেন।


15. Who invented the fountain pen?

Answer: Louis Waterman.


১৬/   অনাতাঁৰ আৱিষ্কাৰকৰ কোন ?

উত্তৰ :  মাৰ্কনি ।

16. Who was the inventor of radio?

Answer: Marconi.


১৭/  ছাৱমেৰিণ আৱিষ্কাৰকৰ কোন ?

উত্তৰ  :- জন পি হলেণ্ড ।


17. Who invented the submarine?

Answer: John P. Holland.


১৮/   চিলাই মেচিন আৱিষ্কাৰকৰ কোন ?                 উত্তৰ :- টমাছ ছেইণ্ট ।


18. Who invented the sewing machine?

Answer: Thomas Seint.


১৯/ নিৰাপদ চাকি আৱিষ্কাৰকৰ কোন ?

 উত্তৰ  :   হামফ্ৰি ডেভি ।


19. Who is the inventor of the safe candle?

Answer: Humphrey Davy.


২০/ পেণ্ডুলাম ঘড়ী আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- হাইজেনছ ।


20. Who invented the pendulum clock?

Answer: Hygens.


২১ / প্ৰেছাৰ কুকাৰ আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- জেনিচ পেপিন ।


21. Who invented the pressure cooker?

Answer: Janice Pepin.


২২/ ভাপ ইঞ্জিন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- জেমছ ৱাট ।


22. Who invented the steam engine?

Answer: James wratt.


২৩/ বিজুলী বাতি আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- টমাছ আলভা এডিচন ।


23. Who invented the electric lamp?

Answer: Thomas Alva Edison.


২৪/ চ'ডাপানী আৱিষ্কাৰকৰ কোন ?

উত্তৰ  :- থমচন ।


24. Who is the inventor of soda water?

Answer: Thomson.


২৫/  চছমা আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- আৰ্মেটাচ ।


25. Who is the inventor of glasses?

Answer: Armetas.


২৬/ ডাইনামো আৱিষ্কাৰকৰ কোন ?

উত্তৰ :-মাইকেল ফেৰাডে ।


26. Who is the inventor of dynamo?

Answer: Michael Faraday.


২৭/ ৰমণ এফেক্ট আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- চি. ভি. ৰমণ ।


27. Who discovered the Raman effect?

Answer:- C.S. V.S. Raman.


২৮/ ৰেডিয়াম আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- মেডাম কুৰী ।


28. Who is the discoverer of radium?

Answer: Madam Curry.


২৯/ পেনিচিলিন আৱিষ্কাৰকৰ কোন ?:                    উত্তৰ :- আলেকজেণ্ডাৰ ফ্লেমিং ।


29. Who is the discoverer of penicillin?:

Answer: Alexander Fleming.


৩০/ হাউড্ৰ'জেন আৱিষ্কাৰকৰ কোন ?

উত্তৰ  :-  হেনৰী কেভেনডিছ ।


30. Who is the discoverer of hydrogen?

Answer: Henry Cavendish.


৩১/ নাইট্ৰ'জেন আৱিষ্কাৰকৰ কোন ? 

উত্তৰ : -ডেনিয়েল ৰাদাৰ ফ'ৰ্ড ।


31. Who is the discoverer of nitrogen?

Answer: Daniel Rather Ford.


৩২/ অক্সিজেন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :জোচেফ প্ৰিছলি/কাৰ্ল স্কিলি ।


32. Who is the discoverer of oxygen?

Answer: Joseph Presley/Carl Skilly.


৩৩/ এলুমিনিয়াম আৱিষ্কাৰকৰ কোন ?

 উত্তৰ  :- অষ্টেড ।


33. Who is the inventor of aluminium?

Answer: Osted.



৩৪/ অ'জেন  আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- স্কন বেইন ।


34. Who is the discoverer of ozone?

Answer: Scan Bain.


৩৫/ প্ৰ'টন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- আৰ্নেষ্ট ৰাজাৰ ফ'ৰ্ড ।


35. Who is the discoverer of the proton?

Answer: Ernest Roger Ford.


৩৬/  প্লুটো আৱিষ্কাৰকৰ কোন ?

উত্তৰ :- ক্লাইভ টমবাগ ।


36. Who discovered Pluto?

Answer: Clive Tomberg.


৩৭/  নিউট্ৰন আৱিষ্কাৰকৰ কোন ?

উত্তৰ :-জেমছ চেডউইক ।


37. Who is the discoverer of the neutron?

Answer: James Chadwick.


৩৮/   মধ্যাকৰ্ষণ সূত্ৰ আৱিষ্কাৰকৰ কোন ?

উত্তৰ :-আইজাক নিউটন  ।


38. Who is the discoverer of the formula of gravitation?

Answer: Isaac Newton.





#ভাৰত আৰু বিশ্বৰ কিছুমান উল্লেখযোগ্য দিৱসৰ বিষয়ে প্ৰশ্নৰ উত্তৰ জানো আহক :-

#Some of the most important days in India and the world :-


  ১/  ২৬ জানুৱাৰী কি দিৱস পালন কৰা হয় ?

উত্তৰ :- গণতন্ত্ৰ দিৱস  ।


২/ ২৮ জানুৱাৰী কি দিৱস পালন কৰা হয় ?

উত্তৰ :- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ।


৩/ ৮ মাৰ্চ কি দিৱস পালন কৰা হয় ?

উত্তৰ :- বিশ্ব নাৰী দিৱস ।


৪/  ১৫ মাৰ্চ কি দিৱস পালন কৰা হয় ?

উত্তৰ :- বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস ।


৫/  ২১ মাৰ্চ 'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ :- বিশ্ব বন দিৱস ।


৬/  ৭ এপ্ৰিল কি দিৱস পালন কৰা হয় ?

উত্তৰ : বিশ্ব স্বাস্থ্য দিৱস ।


৭/ ১৮ এপ্ৰিল তাৰিখে কি দিৱস পালন কৰা হয় ?

উত্তৰ  : বিশ্ব ঐতিহ্য দিৱস ।


৮/ ২৩ এপ্ৰিল 'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : বিশ্ব গ্ৰন্থ দিৱস ।


৯/ ১ মে'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : শ্ৰমিক দিৱস ।


১০/ ৮ মে'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ  : ৰেডক্ৰছ দিৱস ।


১১/  ১৩ মে'ত কি দিৱস পালন কৰা হয় ?

 উত্তৰ : ৰাষ্ট্ৰীয় সংহতি দিৱস ।


১২/  ২১ মে' ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : সন্ত্ৰাস বিৰোধী দিৱস ।


১৩/  ৩১ মে' ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : বিশ্ব ধূমপান বিৰোধী দিৱস ।


১৪/  ৫ জুন'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : বিশ্ব পৰিবেশ দিৱস ।


১৫/  ২৯ জুন'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : পৰিবেশ দিৱস ।


১৬/   ১৫ আগষ্ট'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : স্বাধীনতা দিৱস (ভাৰত) ।


১৭/  ৫ ছেপ্তেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ  : শিক্ষক দিৱস (ভাৰত) ।


১৮/  ৮ ছেপ্টেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ  : বিশ্ব স্বাক্ষৰতা দিৱস ।


১৯/  ২ অক্টোবৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ  : গান্ধী জয়ন্তী ।


২০/  ৪ অক্টোবৰ'ত কি দিৱস পালন কৰা হয় ?

 উত্তৰ : বিশ্ব বন্যপ্ৰাণী দিৱস ।


২১/  ১৬ অক্টোবৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : বিশ্ব খাদ্য দিৱস ।


২২/  ২৪ অক্টোবৰ'ত কি দিৱস পালন কৰা হয় ?উত্তৰ  : ৰাষ্ট্ৰসংঘ দিৱস ।


২৩/  ১৪ নবেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ  : শিশু দিৱস ।


২৪/  ১৬ নবেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ  : ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।


২৫/  ১৯ নবেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : কৌমি একতা দিৱস ।


২৬/  ২০ নবেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

 উত্তৰ: সংখ্যালঘু কল্যাণ দিৱস ।


২৭ /  ০১ ডিচেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

উত্তৰ : বিশ্ব এইডছ দিৱস ।


২৮/  ১০ ডিচেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

 উত্তৰ: মানৱ অধিকাৰ দিৱস ।


২৯/  ২৩ ডিচেম্বৰ'ত কি দিৱস পালন কৰা হয় ?

 উত্তৰ: কৃষক দিৱস  ।





    

Some notable days  :


1. What day is celebrated on 26th January?


Answer: Democracy Day.


2. What day is celebrated on 28th January?


Answer: National Science Day.


What day is celebrated on 3/8 March?


Answer: World Women's Day.


4. What day is celebrated on 15th March?


Answer: World Consumer Protection Day.


5. What day is celebrated on 21 March?


Answer: World Forest Day.


6. What day is celebrated on 7th April?


Answer: World Health Day.


7. What day is celebrated on 18 April?


Answer: World Heritage Day.


8. What day is celebrated on 23rd April?


Answer: World Book Day.


9. What day is celebrated on 1st May?


Answer: Labor Day.


What day is celebrated on 10/8 May?


Answer: Red Cross Day.


11. What day is celebrated on 13 May?


Answer: National Solidarity Day.


12. What day is celebrated on 21 May?


Answer: Anti-Terrorism Day.


13. What day is celebrated on 31st May?


Answer: World No Tobacco Day.


What day is celebrated on 14/5 June?


Answer: World Environment Day.


15. What day is celebrated on 29 June?


Answer: Environment Day.


16. What day is celebrated on 15 August?


Answer: Independence Day (India).


17. What day is celebrated on 5th September?


Answer: Teachers' Day (India).


18. What day is celebrated on 8th September?


Answer: World Literacy Day.


19. What day is celebrated on 2nd October?


Answer: Gandhi Jayanti.


What day is celebrated on 20/4 October?


Answer: World Wildlife Day.


21. What day is celebrated on 16 October?


Answer: World Food Day.


22. What day is celebrated on 24 October?


Answer: United Nations Day.


23. What day is celebrated on 14 November?


Answer: Children's Day.


24. What day is celebrated on 16 November?


Answer: National Press Day.


25. What day is celebrated on 19 November?


Answer: National Unity Day.


26. What day is celebrated on 20 November?


Answer: Minority Welfare Day.


27/ What day is celebrated on 01 December?


Answer: World AIDS Day.




कोई टिप्पणी नहीं

आईपीएल काला सूची: समझें इसका महत्व और प्रभाव/ TATA IPL ka Kal Such .

  **आईपीएल काला सूची: समझें इसका महत्व और प्रभाव**   **परिचय**   भारतीय प्रीमियर लीग (IPL) न केवल क्रिकेट का एक बड़ा मंच है, बल्कि यह खिलाड़...

Blogger द्वारा संचालित.