পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰাৰ নাম:/কিছুমান বিশ্ববিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ Names of the currencies of different countries in the world/কেইখনমান ঠাইৰ পুৰণি আৰু নতুন নাম পুৰণি নাম নতুন নাম #Old and new names of some places Old names - New names
পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰাৰ নাম:--
Names of the currencies of different countries in the world:--
দেশৰ মুদ্ৰা
the country currency
ভাৰত'ৰ মুদ্ৰাৰ নাম ------ টকা /ৰূপীয়া ।
The currency of India is the .....rupee.
শ্ৰীলংকা'ৰ মুদ্ৰাৰ নাম ------ৰূপী ।
The name of Sri Lanka's currency is ---rupee.
নেপাল'ৰ মুদ্ৰাৰ নাম -------- ৰূপী ।
The currency of Nepal is the......rupee.
ভূটান'ৰ মুদ্ৰাৰ নাম ------গালট্ৰাম ।
Bhutan's currency is the.....Galtram.
চীন'ৰ মুদ্ৰাৰ নাম ------- য়ুৱান ।
China's currency is the...yuan.
পাকিস্তান'ৰ মুদ্ৰাৰ নাম --ৰুপিয়া (টকা) ।
The currency of Pakistan is the rupee.
বাংলাদেশ'ৰ মুদ্ৰাৰ নাম ---টাকা ।
Bangladesh's currency is the ..taka.
চুইজাৰলেণ্ড'ৰ মুদ্ৰাৰ নাম - ছুইছ ফ্ৰাঙ্ক।
The currency of Switzerland is the ...Swiss franc.
জাৰ্মানী'ৰ মুদ্ৰাৰ নাম ----ডাচ মাৰ্ক ।
Germany's currency is the ....Dutch mark.
তুৰস্ক'ৰ মুদ্ৰাৰ নাম --- লিৰা ।
The currency of Turkey is th -lira.
আলজেৰিয়া'ৰ মুদ্ৰাৰ নাম --ডিনাৰ ।
Algeria's currency is the --dinar.
আফগানিস্তান'ৰ মুদ্ৰাৰ নাম -আফগানি ।
Afghanistan's currency is -- Afghani.
ইজিপ্ত'ৰ মুদ্ৰাৰ নাম - পাউণ্ড ।
The name of the Egyptian currency is the ---pound.
ইৰাক'ৰ মুদ্ৰাৰ নাম ---- ডিনাৰ ।
Iraq's currency is the ----dinar .
কিউবা'ৰ মুদ্ৰাৰ নাম -----পেছো ।
Cuba's currency is the-- peso .
কানাডা'ৰ মুদ্ৰাৰ নাম -------ডলাৰ ।
Canada's currency is the -dollar .
কম্বোডিয়া'ৰ মুদ্ৰাৰ নাম -- ৰিয়েল ।
The currency of Cambodia is the rial .
গ্ৰীচ'ৰ মুদ্ৰাৰ নাম -----ড্ৰাকমা ।
The name of the currency of Greece is the drachma .
ঘানা'ৰ মুদ্ৰাৰ নাম ---- চেদি ।
Ghana's currency is ----the Sedi .
ছুডান'ৰ মুদ্ৰাৰ নাম ----পাউণ্ড ।
The currency of Sudan is ---the pound .
ডেনমাৰ্ক'ৰ মুদ্ৰাৰ নাম ----ক্ৰোন ।
The currency of Denmark is the krone.
পোলেণ্ড'ৰ মুদ্ৰাৰ নাম ---- জণ্টি ।
The name of the currency of Poland -jaunty .
ফ্ৰাঞ্চ'ৰ মুদ্ৰাৰ নাম ----ফ্ৰাঙ্ক ।
The name of the French currency--Frank.
স্পেইন'ৰ মুদ্ৰাৰ নাম --পেছেটা ।
The name of the Spanish currency is ____the peseta.
ৰাছিয়া'ৰ মুদ্ৰাৰ নাম ---ৰুবল ।
The name of Russia's currency--The ruble.
লাওছ'ৰ মুদ্ৰাৰ নাম --- কিপ ।
The currency of Laos is _____the kip.
ভিয়েটনাম'ৰ মুদ্ৰাৰ নাম ---- ডঙ ।
The currency of Vietnam is-- the dong.
মৰক্কো 'ৰ মুদ্ৰাৰ নাম ---ডিহৰাম ।
The name of the currency of Morocco is
---- the dihram.
মালেয়ছিয়া'ৰ মুদ্ৰাৰ নাম --- ৰিংগিট ।
Malaysia's currency is the ringgit.
ছৌডি আৰৱ'ৰ মুদ্ৰাৰ নাম --- ৰিয়েল ।
The currency of Saudi Arabia is the Rial.
অষ্ট্ৰেলিয়া'ৰ মুদ্ৰাৰ নাম ---অষ্ট্ৰেলিয়ান ডলাৰ ।
Australia's currency is the Australian dollar.
অষ্ট্ৰিয়া'ৰ মুদ্ৰাৰ নাম ---- ইউৰো ।
Austria's currency is- the euro.
আজাৰবেইজান'ৰ মুদ্ৰাৰ নাম - মানাট।
The currency of Azerbaijan is- the manat.
বাৰমুডা'ৰ মুদ্ৰাৰ নাম --- বাৰমুডা ডলাৰ।
Bermuda's currency is--the Bermuda dollar.
চিলি'ৰ মুদ্ৰাৰ নাম --- পেচো ।
Chile's currency is --the peso.
জাপান'ৰ মুদ্ৰাৰ নাম ---- ইয়ন ।
The name of Japan's currency is the yuan.
ইটালী'ৰ মুদ্ৰাৰ নাম ----- ইউৰো ।
Italy's currency is ---- the Euro.
মেক্সিকো'ৰ মুদ্ৰাৰ নাম --- নিউ পেইচো ।
Mexico's currency is ---the New Peso.
মংগোলীয়া'ৰ মুদ্ৰাৰ নাম -- টুগ্ৰিক ।
Mongolia's currency is--- the Tugrik.
ৰাছিয়া'ৰ মুদ্ৰাৰ নাম --- ৰুৱেল ।
Russia's currency is ---the ruble.
দক্ষিণ আফ্ৰিকা'ৰ মুদ্ৰাৰ নাম -- ৰানডাচ ।
The name of the currency of South Africa
--Randach.
ইংলেণ্ড'ৰ মুদ্ৰাৰ নাম ---- পাউণ্ড ।
The currency of England is- the pound.
আমেৰিকা'ৰ মুদ্ৰাৰ নাম -- ডলাৰ ।
The currency of the United States is- the dollar.
#কেইখনমান ঠাইৰ পুৰণি আৰু নতুন নাম
পুৰণি নাম নতুন নাম
#Old and new names of some places
Old names - New names
মাদ্ৰাজ'ৰ নতুন নাম হৈছে - চেন্নাই ।
Madras' new name is - Chennai.
বোম্বাই'ৰ নতুন নাম হৈছে - মুম্বাই ।
Bombay's new name is Mumbai.
ত্ৰিবান্দ্ৰম'ৰ নতুন নাম হৈছে - থিৰুৱানন্তপুৰম ।
Trivandrum's new name is Thiruvananthapuram.
বিজাগাপট্টম'ৰ নতুন নাম হৈছে - বিশাৰাপট্টনম ।
Vizagapattam's new name is Visharapatnam .
পুনা'ৰ নতুন নাম হৈছে - পুনে ।
Puna's new name is - Pune.
বেনাৰছ'ৰ নতুন নাম হৈছে- বাৰানসী ।
Benares' new name is Varanasi .
কাওনপোৰ'ৰ নতুন নাম হৈছে - কানপুৰ ।
Kaonpor's new name is - Kanpur .
গৌহাটী'ৰ নতুন নাম হৈছে - গুৱাহাটী ।
Guwahati's new name is - Guwahati.
কলিকতা'ৰ নতুন নাম হৈছে - কলকাতা ।
Calcutta's new name is - Kolkata .
পাঞ্জিম'ৰ নতুন নাম হৈছে - পানাজি ।
Panjim's new name is - Panaji .
জুলনডুৰ'ৰ নতুন নাম হৈছে - জলন্ধৰ
Julandur's new name is Jalandhar.
Some world famous books and authors
the treatise & The author
কিছুমান বিশ্ববিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ
গন্থ আৰু গ্ৰন্থকাৰ
1/ Who is the author of the book Harshacharita?
Answer: Banbhat.
১/ হৰ্ষচৰিত গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ : বাণভট্ট ।
2. Who is the author of the book Na Hanyete?
Answer: Maitreya Devi.
২/ ন হন্যতে গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :মৈত্ৰেয়ী দেৱী ।
3. Who is the author of the Mahabharata?
Answer: Vedavyasa.
৩/ মহাভাৰত গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ : বেদব্যাস ।
4. Who is the author of the book Ramacharit Manas?
answer :-Tulsidas.
৪/ ৰামচৰিত মানস গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :-তুলসীদাস ।
5. Who is the author of the book Ramayana?
Answer: Balmiki.
৫/ ৰামায়ণ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- বাল্মীকি ।
6. Who is the author of the book Rajatarangini?
Answer: Kahlan.
৬/ ৰাজতৰংগিনী গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- কহলান ।
7. Who is the author of the Gitanjali?
Answer: Rabindra Nath Tagore.
৭/ গীতাঞ্জলী গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- ৰবীন্দ্ৰ নাথ ঠাকুৰ ।
8. Who is the author of the book Uttara Ramacharit?
Answer :-Sarvapalli Radhakrishnan.
৮/ উত্তৰ ৰামচৰিত গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- সৰ্বপল্লী ৰাধাকৃষ্ণণ ।
9. Who is the author of the book Katha Sarit Sagar?
Answer :-Bhavabhuti / Somadeva.
৯/ কথা সৰিৎ সাগৰ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- ভৱভূতি / সোমদেৱ ।
10. Who is the author of God of Small Things?
Answer: Arundhati Roy.
১০/ গড অব স্মল থিংছ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- অৰুন্ধতী ৰায়।
11. Who is the author of the book Geet Govinda?
Answer: Jayadeva.
১১/ গীত গোবিন্দ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- জয়দেৱ ।
12. Who is the author of the book Ananda Math?
Answer: Bankim Chandra Chatterjee.
১২/ আনন্দ মঠ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- বংকিম চন্দ্ৰ চেটাৰ্জী।
13. Who is the author of the book Akbar?
Answer: Abul Fazl.
১৩/ আকবৰ নামা গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- আবুল ফজল ।
14/ Who is the author of the book Arthashastra?
Answer: Kautilya.
১৪/ অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- কৌটিল্য।
15/ Who is the author of the book Abhigyan-Shakuntala?
Answer: Kalidasa.
১৫/ অভিজ্ঞান-শকুন্তলা গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- কালিদাস ।
16/ Who is the author of the book World History Jilingni?
Answer: Jawaharlal Nehru.
১৬/ বিশ্ব ইতিহাস জিলিঙনি গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ :- জৱহৰলাল নেহৰু ।
Post a Comment